আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী আইজুল হক, বিমান মেধি আৰু গৌতম বৰা

নিশা চামগুৰি আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। চামগুৰি আৰক্ষীৰ জালত ৩ টা ড্ৰাগছ সৰবৰাহকাৰী। চামগুৰি বাজিয়াগাঁৱৰ ৰাইজৰ সহযোগত আটক ড্ৰাগছ সৰবৰাহকাৰী কেইটা। ১৩ গ্ৰাম ড্ৰাগছসহ আটক খলিহা মাৰিৰ আইজুল হক, গেন্ধালীৰ বিমান মেধি আৰু গৌতম বৰা। ধৃত সৰবৰাহকাৰী কেইটাৰ পৰা এখন নম্বৰপ্লেট বিহীন R-15 আৰু AS-02F-3600 নম্বৰৰ মটৰচাইকেল জব্দ কৰে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...