ঘাইপথ নিৰ্মাণৰ নামত বৃহৎ কেলেংকাৰি, একে সময়তে শিলচৰ, শ্বিলং, গুৱাহাটী, গুৰুগ্ৰাম, বাংগালুৰুত অভিযান

দেশৰ বিভিন্ন প্ৰান্তত একে সময়তে CBIৰ অভিযান। শিলচৰ, শ্বিলং, গুৱাহাটী, গুৰুগ্ৰাম, বাংগালুৰুত অভিযান। ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত কেলেংকাৰিক লৈ এই অভিযান। অসম-মেঘালয় আৰু মিজোৰামৰ ঘাইপথ নিৰ্মাণৰ নামত বৃহৎ কেলেংকাৰি। ২০০৮ৰ পৰা ১০ৰ ভিতৰত সংঘটিত হৈছিল কেলেংকাৰি। প্ৰাথমিক তদন্তত নাম সাঙোৰ খাইছে NHAIৰ বিষয়াৰ। GR ইনফ্ৰা নামৰ প্ৰতিষ্ঠানটোৰ নামো সাঙোৰ খাইছে কেলেংকাৰিত। প্ৰতিষ্ঠানটোৰ কেবাজনো বিষয়াক গ্ৰেপ্তাৰ। ৰাজমাৰ্ক প্ৰধিকীকৰণৰ ৪জনবিষয়াক গ্ৰেপ্তাৰ। গাণনিক বিষয়া দীপক দাস, সহকাৰী প্ৰৱন্ধক মনোজ কুমাৰ, মনোজ মহাপাত্ৰক আটক CBIৰ।
বিষয়াকেইগৰাকীক মাৰাথন জেৰা CBIৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...