নিমিষতে ছাই হ’ল দুটাকৈ বাসগৃহ, ৪টা চিলিণ্ডাৰ বিস্ফোৰিত হৈ ভয়ংকৰ অগ্নিকাণ্ড

জুইৰ লেলিহান শিখাই পলকতে ভস্মীভূত কৰিলে দুটাকৈ বাসগৃহ। হোজাইত ভয়ংকৰ অগ্নিকাণ্ড। হোজাইৰ উত্তৰ বিদ্যানগৰত সংঘটিত হৈছে এই অগ্নিকাণ্ড।

চাৰিটাকৈ ছিলিণ্ডাৰ বিস্ফোৰণ ঘটি সংঘটিত হ’ল এই অগ্নিকাণ্ড। ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপকৰ উপস্থিতিত অৱশেষত জুই নিয়ন্ত্ৰণ হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চৰাইদেউ আৰু শিৱসাগৰ জিলাত বান বিভীষিকা

এসপ্তাহ পূৰ্বে আচম্বিতে প্ৰলয় নামি আহিছিল চৰাইদেউ আৰু শিৱসাগৰ...

অন্ধত্বক জয় কৰি মানবতাৰ জয়গান

এই ৰঙীন পৃথিৱীখনৰ প্ৰতি প্ৰতিজন মানুহৰ থাকে হাজাৰটা সপোন।...

পাকিস্তানক পুনৰ সকীয়ালে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথে সিঙে

কাৰ্গিল বিজয় দিৱসৰ অনুষ্ঠানত ভাগ লৈ প্ৰতিৰক্ষা মন্ত্ৰী সিঙে...

ছেলফী উঠাৰ সময়তে ব্ৰহ্মপুত্ৰত পৰিল কিশোৰ

পুনৰ ছেলফীৰ বাবেই সংঘটিত হ'ল এক শোকাৱহ ঘটনা। ছেলফি...