গুণ কমিছে নেকি শিক্ষকৰ, দেউতাক নোহোৱা ছাত্ৰীক যৌন নিৰ্যাতন ভবেন ছাৰৰ!

গুণোৎসৱ চলি থকাৰ মাজতে শিক্ষাগুৰুৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। সপ্তম শ্ৰেণীত থকাৰ পৰা অষ্টম মান শ্ৰেণীলৈ এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলাই জালত শিক্ষক। মৰিগাঁও জিলাৰ কুমুৰাগুৰি মধ্য ইংৰাজী বিদ্যায়ৰ শিক্ষক ভবেন নাথক ধৰ্ষণৰ অভিযোগত আটক। এগৰাকী অষ্টম মান শ্ৰেণীৰ ছাত্ৰীক সপ্তম শ্ৰেণীত থকাৰ পৰা যৌন নিৰ্যাতন চলাই থকাৰ অভিযোগ পৰিয়াল আৰু স্থানীয় ৰাইজৰ। পিতৃহীন ছাত্ৰীগৰাকীক স্কুল আৰু টিউচনৰ স্থানতে যৌন নিৰ্যাতন চলোৱাৰ ভয়ংকৰ অভিযোগ। স্থানীয় ৰাইজ আৰু পৰিয়ালৰ অভিযোগৰ ভিত্তিত আটক কৰি জেৰা চলাইছে মৰিগাঁও সদৰ আৰক্ষীয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

চন্দ্ৰযান-৫ অভিযানৰ বাবে কেন্দ্ৰীয় চৰকাৰে দিলে অনুমোদন

পুনৰ জোনবাইৰ বুকুলৈ মহাকাশযান পঠিয়াবলৈ সাজু হৈছে ISRO। চন্দ্ৰযান-৫...

আছু-উন্নতি সভা-অসম সেনাৰ আহ্বানত ১৮ মাৰ্চত ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী সজাগতা সমদল

অসমৰ ভৱিষ্যৎ ৰক্ষাৰ্থে, অসমক ড্ৰাগছমুক্ত কৰাৰ লক্ষ্যৰে সদৌ অসম...

গ্ৰীণ কাৰ্ড থাকিলেও আমেৰিকাত আজীৱন বসবাস কৰিব নোৱাৰিব! মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ বক্তব্যত উদ্বেগ

গ্ৰীণ কাৰ্ড থাকিলেও আমেৰিকাত স্থায়ীভাৱে অনিৰ্দিষ্টকাললৈ বসবাস কৰাৰ সুবিধা...