৩১ মে’লৈকে চাব পাৰিব কাজিৰঙা, পৰ্যটকৰ বাবে অন্তিম সুযোগ!

বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাৰ পৰ্যটন খণ্ডলৈ সুখবৰ। ৩১ মে’লৈ বৃদ্ধি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২০২১-২২ পৰ্যটন বৰ্ষ। দৰ্শনাৰ্থীৰ বাবে ১৫ দিনৰ বাবে বৃদ্ধি কৰা হ’ল ৰাষ্ট্ৰীয় উদ্যানৰ জীপ চাফাৰী।

fill photo

উল্লেখ্যে যে, ১৫ মে’ত ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে বন্ধ কৰাৰ জাননী জাৰি কৰিছিল উদ্যান কৰ্তৃপক্ষই। পৰ্যটকৰ অভাৱনীয় সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সিদ্ধান্ত উদ্যান কৰ্তৃপক্ষৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাৰ ইতিহাসৰ সৰ্ববৃহৎ ভিছা বাতিলৰ প্ৰস্তুতি, লক্ষ্য ২ লাখ বিদেশী নাগৰিক

ড’নাল্ড ট্ৰাম্প প্ৰশাসনে আমেৰিকাৰ ইতিহাসত সৰ্ববৃহৎ গণ-ভিছা বাতিলৰ প্ৰস্তুতি...

দেশীয় প্ৰতিৰক্ষা উৎপাদনক প্ৰসাৰ: DRDOৰ ক্ষেপণাস্ত্ৰ প্ৰযুক্তি হস্তান্তৰত চৰকাৰৰ অনুমোদন

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেশৰ ভিতৰতে উৎপাদন বৃদ্ধি কৰাৰ...

ভাৰত-চীন সীমা বিবাদৰ সমাধান বিচাৰি চীনত ডোভাল, ৱাং য়ীৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক

ভাৰত-চীন সীমা বিবাদৰ সমাধান আৰু দুয়োখন দেশৰ মাজৰ সম্পৰ্ক...

জ্যোতি চিত্ৰবনত নতুন অসমীয়া ছবি ‘NRC (নলপাৰাৰ ৰাম চন্দ্ৰ)’ৰ প’ষ্টাৰ উন্মোচন

এক ব্যতিক্ৰমী আৰু আকৰ্ষণীয় বিষয়বস্তুক লৈ নিৰ্মাণ কৰা নতুন...