স্বামী নুৰ ইছলামে ছুৰীৰে হত্যা কৰিলে পত্নী আছিয়া বেগমক, গাৰ্হস্থ্য হিংসাৰ ভয়ংকৰ পৰিণতি!

ঈদৰ আনন্দৰ মাজতে মঙলদৈত চাঞ্চল্যকৰ ঘটনা। পাৰিবাৰিক কন্দলৰ বাবেই স্বামী নুৰ ইছলামে ছুৰীৰে হত্যা কৰে পত্নী আছিয়া বেগমক। মঙলদৈৰ বান্দীয়া গাঁৱত চাঞ্চল্য।

মঙলদৈৰ ২নং ৱাৰ্ডত থকা ভাড়াঘৰত সংঘটিত হয় এই ঘটনা। ঘটনাৰ পিছতে মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুকুট কাকতি আৰু কৃষ্ণকান্ত লস্কৰ উপস্থিত হৈ হত্যাকাৰী নুৰ ইছলামক আটক কৰিছে। হত্যাৰ প্ৰকৃত কাৰণ এতিয়াও ৰহস্যৰ আৱৰ্তত, তদন্তৰ পিছত সকলো কথা পোহৰলৈ আহিব বুলি সদৰি কৰিছে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...