একত্ৰীকৰণ হ’ল SEBA আৰু AHSEC

একত্ৰীকৰণ হ’ল SEBA আৰু AHSEC। গঠন হ’ল অসম ৰাজ্যিক শিক্ষা ব’ৰ্ড। ASSEBয়ে দ্বাদশ শ্ৰেণী পৰ্যন্ত সকলো পৰীক্ষা পৰিচালনা কৰিব। আৰ চি জৈন ASSEBৰ অধ্যক্ষ। ৰুক্ম গোহাঁই বৰুৱাক উপাধক্ষ্য হিচাপে নিযুক্তি । X হেণ্ডেলযোগে জনালে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দেশীয় প্ৰতিৰক্ষা উৎপাদনক প্ৰসাৰ: DRDOৰ ক্ষেপণাস্ত্ৰ প্ৰযুক্তি হস্তান্তৰত চৰকাৰৰ অনুমোদন

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেশৰ ভিতৰতে উৎপাদন বৃদ্ধি কৰাৰ...

ভাৰত-চীন সীমা বিবাদৰ সমাধান বিচাৰি চীনত ডোভাল, ৱাং য়ীৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক

ভাৰত-চীন সীমা বিবাদৰ সমাধান আৰু দুয়োখন দেশৰ মাজৰ সম্পৰ্ক...

জ্যোতি চিত্ৰবনত নতুন অসমীয়া ছবি ‘NRC (নলপাৰাৰ ৰাম চন্দ্ৰ)’ৰ প’ষ্টাৰ উন্মোচন

এক ব্যতিক্ৰমী আৰু আকৰ্ষণীয় বিষয়বস্তুক লৈ নিৰ্মাণ কৰা নতুন...

৪ ঘণ্টাত ৩,৪০০টা চুম্বন, পৰিণতি ৫,৫০০ টকাৰ চালান

মধ্যপ্রদেশত সংঘটিত হ'ল আজৱ ঘটনা। মধ্যপ্রদেশৰ গোৱালিয়ৰত ছ’চিয়েল মিডিয়াৰ...