সাৱধান! তান্ত্ৰিকৰ বেশ লৈ ধৰ্ষণৰ চেষ্টা চলাব পাৰে ভণ্ড বাবাই

মহিলাসকল সাৱধান! ঘৰত অকলে থকাৰ সুযোগ লৈ অসৎ চৰিতাৰ্থ পূৰণৰ চেষ্টা চলাব পাৰে ভণ্ড বাবাই। মহানগৰীৰ পাণ্ডু কামাখ্যা কলনীত চাঞ্চল্যকৰ ঘটনা। ঘৰত কোনো নথকাৰ সুযোগ লৈ নৰেশ সৰকাৰ নামৰ স্বয়ম্ভু তান্ত্ৰিকজনে ১১ বছৰীয়া কিশোৰীক ধৰ্ষণৰ চেষ্টা চলোৱাৰ অভিযোগ। ঘৰৰ পিছফালে নি ধৰ্ষণৰ চেষ্টা চলোৱাৰ সময়তে কিশোৰীগৰাকীয়ে চিঞৰ-বাখৰ কৰে। কিশোৰীৰ চিঞৰত ওলাই আহে স্থানীয় ৰাইজ। উপস্থিত লোকে ভণ্ড তান্ত্ৰিকক উত্তম-মধ্যম শোধাই গতাই দিলে জালুকবাৰী আৰক্ষীক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...