জম্মু–কাশ্মীৰৰ কেইবাখনো জিলাত অব্যাহত সন্ত্ৰাসবাদীৰ আক্ৰমণ

  • জম্মু–কাশ্মীৰৰ কেইবাখনো জিলাত অব্যাহত সন্ত্ৰাসবাদীৰ আক্ৰমণ
  • যোৱা ৪দিন ধৰি অব্যাহত আছে সন্ত্ৰাসবাদীৰ আক্ৰমণ
  • সন্ত্ৰাসবাদীৰ আক্ৰণত নিহত ১০জন তীৰ্থযাত্ৰী, এজন CRPF জোৱান
  • ঘটনাত আহত হৈছে আন কেইবাজনো নিৰাপত্তাৰক্ষী, সাধাৰণ লোক
  • ৪দিন পূৰ্বে ৰিয়াছি জিলাত তীৰ্থযাত্ৰীৰ গাড়ীত চলা হৈছিল আক্ৰমণ
  • ৰিয়াছিৰ উপৰি কাথুৱা, ডোডা জিলাতো চলে সন্ত্ৰাসবাদীৰ আক্ৰমণ
  • নিৰাপত্তাৰক্ষীয়ে ডোডা জিলাত অব্যাহত ৰাখিছে ব্যাপক তালাচী অভিযান
  • কাথুৱা জিলাত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত ২জন পাকিস্তানী সন্ত্ৰাসবাদী
  • সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছতে সমগ্ৰ কাশ্মীৰ উপত্যকাত আতংকৰ সৃষ্টি
NKTV Digital
Author: NKTV Digital

8 COMMENTS

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...