বাকী খাই ঘূৰাই দিয়া নাছিল ৪০০ টকা, গুৰুলা গুৰুলকৈ প্ৰহাৰ যুৱকক!

মৰিগাঁৱত এজন যুৱকক গুৰুলা গুৰুলকৈ প্ৰহাৰ। এখন গেলামাল দোকানত বাকী খাইছিল ৪০০ টকাৰ। যুৱকজনে চাৰি দিন ধৰি বাকী মাৰিব পৰা নাছিল। তাৰ পিছৰ দৃশ্য এয়া। মৰিগাঁও নভেটিৰ এই খন মৌচাক, দোকানৰ মালিক-মালিকণীয়ে এনেদৰে প্ৰহাৰ কৰে যুৱকজনক। প্ৰকৃত কথাটো হ’ল কিমান দূৰ গ্ৰহণ যোগ্য এনেদৰে প্ৰহাৰ কৰাটো? এই ঘটনাই সমগ্ৰ অঞ্চলতে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰথমবাৰৰ বাবে বিজেপিৰ মেয়ৰ নিৰ্বাচিত হ’ব মুম্বাইত

মহাৰাষ্ট্ৰৰ বৃহন্মুম্বাই পৌৰ নিগমকে ধৰি ২৯খন পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল...

খাৰুৱা তেলক কিয় বিশ্ব অৰ্থনীতিৰ ইঞ্জিন বুলি কোৱা হয়?

যেতিয়াই আমি পেট্ৰ’ল পাম্পত আমাৰ বাহনত তেল ভৰাওঁ তেতিয়া...

নিজে লাভ কৰা নোবেল বঁটা ট্ৰাম্পক দিলে মাচাডোৱে, এই বঁটা হস্তান্তৰ কৰিব পাৰিনে?

ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোৱে বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি...

চীন, ভাৰত আৰু ইউৰোপ… নতুন বিশ্ব ব্যৱস্থাৰ কথা কিয় চলিছে, কানাডা নেতা হ’ব নেকি?

কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে বিশ্ব বাণিজ্যৰ দিশ নিৰ্ধাৰণৰ অভিযানত...