প্ৰিয়ংক পাঞ্চাল ইন, ৰোহিত শৰ্মা আউট!

পৰৱৰ্তী টেষ্ট শৃংখলাত দেখা নাযাব অপেনাৰ আৰু উপ অধিনায়ক ৰোহিত শৰ্মাক। ২৬ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব নোৱাৰিব ৰোহিতে। আঘাতৰ বাবে শৃংখলাত ক্ৰিকেটপ্ৰেমীয়া দেখা নাপাব ৰোহিত শৰ্মাক। পৰৱৰ্তী তিনিওখন টেষ্টৰ পৰা বাহিৰ হৈছে ৰোহিত শৰ্মা। ৰোহিত শৰ্মাৰ সলনি দলত স্থান দিয়া হৈছে গুজৰাটৰ বেটছমেন প্ৰিয়ংক পাঞ্চালক। অনুশীলনৰ সময়তে আঙুলিত আঘাত পাইছিল ৰোহিত শৰ্মাই। আঘাতৰ বাবে জিৰণি দিয়া হৈছে বিস্ফোৰক বেটছমেনগৰাকীক।

উল্লেখ্য যে, ৰোহিত শৰ্মাক টীম ইণ্ডিয়াৰ এদিনীয়াৰ অধিনায়ক হিচাপে মনোনীত কৰা হৈছিল। ৮ ডিচেম্বৰত টেষ্টৰ উপ-অধিনায়কলৈ পদোন্নতি দিয়া হৈছিল। ভাৰতীয় দলটোৱে দক্ষিণ আফ্ৰিকাত ৩খন টেষ্ট খেলিব। ২৬ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব খেলসমূহ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বিয়াৰ পাছত বেডমিণ্টন ক’ৰ্টলৈ প্ৰত্যাৱৰ্তন পি ভি সিন্ধুৰ

১৪-১৯ জানুৱাৰীলৈ নতুন দিল্লীত য়’নেক্স-ছানৰাইজ ইণ্ডিয়া অ’পেন বিয়াৰ পাছত পুনৰ...

অশ্লীল ভিডিঅ’ ভাইৰেল কৰি গ্ৰেপ্তাৰ চাহিল খান

নাবালিকাৰ অশ্লীল ভিডিঅ’ মোবাইলত আবদ্ধ কৰি পিছত সামাজিক মাধ্যমত...

কি পৰ্যায়ত উমৰাংছুৰ কয়লাখনিৰ উদ্ধাৰ অভিযান?

উমৰাংছুৰ কয়লাখনিৰ ঘটনাই জোকাৰিছে ৰাজ্য। কয়লাখনিটোত আবদ্ধ হৈ থকা...

কিয় সঘনাই বাঢ়িছে ভূমিকম্প? অসমত ২০২৫ত দুবাৰকৈ অনুভূত জোকাৰণি

৭ জানুৱাৰীৰ পুৱাই দেশৰ ভিন্ন প্ৰান্তত অনুভূত হ’ল ভূমিকম্প।...