১০খন ছবিয়ে বুজাই দিব কিমান ভয়াৱহ আছিল তামিলনাডুৰ দুৰ্ঘটনা!

তামিলনাডুত দুৰ্ঘটনাগ্ৰস্ত সেনাৰ হেলিকপ্টাৰ, দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখন MI-17 V5, দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনত আছিল CDS বিপিন ৰাৱাট

দুৰ্ঘটনাৰ শেহতীয়া ছবি

হেলিকপ্টাৰত আছিল সেনাৰ আন কেইবাজনো শীৰ্ষ বিষয়া। তামিলনাডুৰ নীলগিৰিত সংঘটিত এই ঘটনা

শেহতীয়া ছবি, জ্বলি গৈছে হেলিকপ্টাৰখন

হেলিকপ্টাৰখনত আছিল সেনাৰ ৬ শীৰ্ষ বিষয়াসহ ১৪জন লোক। সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হয় হেলিকপ্টাৰখন

জ্বলি যোৱা অৱস্থাত হেলিকপ্টাৰখন

ঘটনাস্থলীত উপস্থিত ৬খনকৈ 108 এম্বুলেন্স, কেইবাজনো আহতক হাস্পতাললৈ প্ৰেৰণ

ভয়ংকৰ পৰিস্থিতি

দুৰ্ঘটনাত দুজন লোকৰ ৮০ শতাংশ জ্বলি ছাঁই হৈ গৈছে

ক্ষীপ্ৰ গতিত অব্যাহত উদ্ধাৰ অভিযান

কাৰিকৰী বিজুতিৰ বাবে দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখন

মৰ্মান্তিক ঘটনা তামিলনাডুত

হেলিকপ্টাৰখনত আছিল বিপিন ৰাৱাটৰ পৰিয়ালৰ কেইবাজনো লোক

ছবিয়ে কথা কয়…

ঘটনাস্থলীত অব্যাহত উদ্ধাৰ অভিযান

জ্বলি উঠা হেলিকপ্টাৰৰ ছবি
যাত্ৰীৰ তথ্য

দুৰ্ঘটনাৰ পিছতে কেবিনেটত জৰুৰী বৈঠকৰ আহ্বান

ভাল দিনত বিপিন ৰাৱট

তামিলনাডুৰ ঘটনাৰ পিছতে বহু প্ৰশ্নৰ উদয় হব। ইতিমধ্যে ঘটনাৰ তদন্ত ঘোষণা কৰিছে বায়ুসেনাই।

তামিলনাডুত অঘটন।

তদন্তত পোহৰলৈ আহিব দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...