তামিলনাডুত দুৰ্ঘটনাগ্ৰস্ত সেনাৰ হেলিকপ্টাৰ, দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখন MI-17 V5, দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনত আছিল CDS বিপিন ৰাৱাট
হেলিকপ্টাৰত আছিল সেনাৰ আন কেইবাজনো শীৰ্ষ বিষয়া। তামিলনাডুৰ নীলগিৰিত সংঘটিত এই ঘটনা
হেলিকপ্টাৰখনত আছিল সেনাৰ ৬ শীৰ্ষ বিষয়াসহ ১৪জন লোক। সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হয় হেলিকপ্টাৰখন
ঘটনাস্থলীত উপস্থিত ৬খনকৈ 108 এম্বুলেন্স, কেইবাজনো আহতক হাস্পতাললৈ প্ৰেৰণ
দুৰ্ঘটনাত দুজন লোকৰ ৮০ শতাংশ জ্বলি ছাঁই হৈ গৈছে
কাৰিকৰী বিজুতিৰ বাবে দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখন
হেলিকপ্টাৰখনত আছিল বিপিন ৰাৱাটৰ পৰিয়ালৰ কেইবাজনো লোক
ঘটনাস্থলীত অব্যাহত উদ্ধাৰ অভিযান
দুৰ্ঘটনাৰ পিছতে কেবিনেটত জৰুৰী বৈঠকৰ আহ্বান
তামিলনাডুৰ ঘটনাৰ পিছতে বহু প্ৰশ্নৰ উদয় হব। ইতিমধ্যে ঘটনাৰ তদন্ত ঘোষণা কৰিছে বায়ুসেনাই।
তদন্তত পোহৰলৈ আহিব দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ।