অসমত ওলাল তালিবান সমৰ্থক! ১৪জনক গ্ৰেপ্তাৰ

তালিবানক সমৰ্থন কৰা ১৪জনক গ্ৰেপ্তাৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ অভিযান। ১০খন জিলাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ১৩জনক। দৰঙত এজন, কামৰূপত ৩জন, ধুবুৰীত ২জন। হোজাইত এজন, কৰিমগঞ্জৰ পৰা এজনক গ্ৰেপ্তাৰ। বৰপেটাত ২জন, দক্ষিণ শালমাৰাত এজন। গোৱালপাৰাত এজন, কাছাৰৰ পৰা এজনক গ্ৰেপ্তাৰ। ছ’চিয়েল মিডিয়াত তালিবানক সমৰ্থন কৰি একাংশ লোকে আলোচনাত মিলিত হৈছিল। ‘ক্লাব হাউছ’ নামৰ ছ’চিয়েল মিডিয়াৰ প্লেটফৰ্মত আলোচনা কৰিছিল তালিবানৰ সমৰ্থনত।

তালিবানক সমৰ্থন কৰাৰ অপৰাধত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ১৪জনক গ্ৰেপ্তাৰ:

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...