Tag: NKTV

Browse our exclusive articles!

বাংলাদেশত বিজয় দিৱস উদযাপন, ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কৰে অংশগ্ৰহণ

পাকিস্তানৰ বিৰুদ্ধে বিজয়ৰ ৫০ বছৰ সম্পূৰ্ণ কৰিলে বাংলাদেশে। এই উপলক্ষে ৰাজধানী ঢাকাৰ লগতে সমগ্ৰ দেশজুৰি বৃহস্পতিবাৰে বিজয় দিৱস উদযাপন কৰা হয়। বাংলাদেশৰ এই বিজয়...

এইবাৰ বেদখলকাৰীৰ কবলত বীৰ লাচিত বৰফুকনৰ পিতৃ মোমাই তামুলী বৰবৰুৱাৰ ভূমি

এইবাৰ বেদখলকাৰীৰ কবলত বীৰ লাচিত বৰফুকনৰ পিতৃ মোমাই তামুলী বৰবৰুৱাৰ ভূমি। গোলাঘাটৰ চাৰিঙীয়াস্থিত ঐতিহাসিক বাৰীখনৰ অবাধ বেদখলে ক্ৰমাৎ বিপন্ন কৰি তুলিছে ইয়াৰ অস্তিত্ব। গোলাঘাট...

বিশিষ্ট লেখক-গৱেষক ড০ অৰবিন্দ ৰাজখোৱালৈ পদ্মনাথ গোহাঞি বৰুৱা বঁটা

ড০ অৰবিন্দ ৰাজখোৱালৈ পদ্মনাথ গোহাঞি বৰুৱা বঁটাউত্তৰ লক্ষীমপুৰ কলেজৰ অধ্যাপক ড০ ৰাজখোৱাবিশিষ্ট লেখক-গৱেষক গৰাকীলৈ প্ৰথমবাৰৰ বাবে এই বঁটাসাহিত্যিক যুগল লোচন দাসলৈ পানীন্দ্ৰনাথ গগৈ বঁটাদাস...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ একাউণ্ট হেক

সুৰক্ষিত নহয় প্ৰধানমন্ত্ৰীৰ ছ’চিয়েল মিডিয়া একাউণ্টো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ একাউণ্ট দুষ্ট চক্ৰই হেক কৰি কেতবোৰ অপ্ৰপ্ৰচাৰ চলোৱাৰ পিছতে এই ঘটনা পোহৰলৈ আহে। https://twitter.com/PMOIndia/status/1469786236990607361 অৱশ্যে...

কেৱল লাই-লফা, পালেং বিক্ৰী কৰিয়েই লক্ষাধিক টকা উপাৰ্জন অৰুণ ভূঞাৰ

ধেমাজিৰ গাই নৈৰ পাৰত সেউজ বিপ্লৱ। কৃষি কৰ্মৰে আদৰ্শৰ পথ দেখুৱাইছে অৰুণ ভূঞাই। কেৱল লাই পাত বিক্ৰী কৰি আঢ়ৈ লাখ টকা লাভ কৰিছে ধেমাজিৰ...

Popular

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

Subscribe

spot_imgspot_img