Tag: NKTV News

Browse our exclusive articles!

ঢকুৱাখনাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড; ঘৰলৈ মাতি হত্যা ব্যৱসায়ীক

ঢকুৱাখনাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। পৱন জৈন ওৰফে পুনিয়া নামৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ীক হানি-খুচি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। ঢকুৱাখনা নগৰৰ জৈন মন্দিৰৰ...

ৰাষ্ট্ৰসংঘৰ নতুন মানচিত্ৰত অৰুণাচল আৰু আক্সাই চিনৰ চিত্ৰণক লৈ বিৰ্তক

নতুনকৈ প্ৰকাশিত ৰাষ্ট্ৰসংঘৰ এখন বিশ্ব মানচিত্ৰত অৰুণাচল প্ৰদেশ আৰু লাডাখৰ আক্সাই চিনক পৃথক অঞ্চল হিচাপে দেখুওৱাক লৈ ভাৰত আৰু চীনৰ মাজত চলি থকা ভূখণ্ডগত...

মীমাংসাৰ পথত অসম-মেঘালয়ৰ পৰ্যটক-টেক্সী চালকৰ বিবাদ; দুই ৰাজ্যৰ চৰকাৰৰ মাজত সম্পন্ন উচ্চস্তৰীয় বৈঠক

অসম-মেঘালয়ৰ পৰ্যটক-টেক্সি চালকৰ বিবাদৰ অন্ত পৰাৰ দিশত। শ্বিলঙত অসম আৰু মেঘালয় চৰকাৰ, পৰিবহণ সংগঠনৰে অনুষ্ঠিত হয় উচ্চস্তৰীয় বৈঠক। অসম আৰু মেঘালয়ৰ মাজত পৰ্যটক টেক্সি...

ছোৱালীৰ অনূৰ্ধ্ব-১৯ আন্তঃজিলা ক্ৰিকেটত বোকাখাত চেম্পিয়ন

ছোৱালীৰ অনূৰ্ধ্ব-১৯ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাত চেম্পিয়ন হৈছে বোকাখাত। গুৱাহাটীৰ এচিএ ষ্টেডিয়ামৰ সংলগ্ন খেলপথাৰত অনুষ্ঠিত ফাইনেলত গুৱাহাটীক ৬ উইকেটত পৰাস্ত কৰি খিতাপ দখল কৰে বোকাখাতে। টছত...

জে কে বৰুৱা ১৯ অনুৰ্ধ আন্তঃজিলা ক্ৰিকেটৰ প্লেট গ্ৰুপত গোৱালপাৰা চেম্পিয়ন

জে কে বৰুৱা ১৯ বছৰ অনুৰ্ধ আন্তঃজিলা ক্ৰিকেটৰ প্লেট গ্ৰুপত চেম্পিয়ন হৈছে গোৱালপাৰা। জজ ফিল্ডত অনুষ্ঠিত ফাইনেলত মৰিগাঁওক ৬ উইকেটত পৰাস্ত কৰি খিতাপ দখল...

Popular

Subscribe

spot_imgspot_img