Tag: NKTV News

Browse our exclusive articles!

অসম-ত্ৰিপুৰা সীমান্তত বৃহৎ পৰিমাণৰ ফেন্সিডাইল জব্দ!

অসম-ত্ৰিপুৰা সীমান্তত ত্ৰিপুৰা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ ফেন্সিডাইল। গুৱাহাটীৰ পৰা আগৰতলা অভিমুখী NL 01 AC 1407 নম্বৰৰ ট্ৰাকখনত তালাচী চলাই আৰক্ষীয়ে...

আজি উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। ৭টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যখনত আজি ১১খন জিলাৰ ৫৮টা বিধানসভা সমষ্টিত ভোটগ্ৰহণ আৰম্ভ হৈছে পুৱা...

কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষ : আজি আপুনি কর্মত সিদ্ধি লাভ কৰিব। ব্যৱসায়-বাণিজ্যত শুভ। এলাহ এৰি কামত আগবাঢ়ক, সফলতা লাভ কৰিব। সন্তানৰ চিন্তাই মন ব্যথিত কৰিব। ধন ব্যয়ৰ...

আলফা স্বাধীনৰ সদস্য ভৰ্তিক লৈ আলফা স্বাধীনৰ প্ৰতিক্ৰিয়া

আলফা স্বাধীনৰ সদস্য ভৰ্তিক লৈ আলফা স্বাধীনৰ প্ৰতিক্ৰিয়া। অসম আৰক্ষী, ভাৰতীয় সেনাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। ষড়যন্ত্ৰমূলকভাৱে আলফা স্বাধীনলৈ আকৃষ্ট কৰি পুনৰ গ্ৰেপ্তাৰ কৰাৰ অভিযোগ।...

ৰাজ্যত ৬ মাৰ্চত অনুষ্ঠিত হ’ব পৌৰসভা নিৰ্বাচন

পৌৰসভা নিৰ্বাচনক লৈ নিৰ্বাচন আয়োগৰ সংবাদমেলৰাজ্যিক নিৰ্বাচন আয়ুক্ত আলোক কুমাৰৰ সংবাদমেলঘোষণা হ’ব পৌৰসভা নিৰ্বাচনৰ সময়সূচী৬ মাৰ্চত পৌৰসভা নিৰ্বাচনপৌৰসভা নিৰ্বাচনৰ ৯ মাৰ্চত ভোটগণনাৰাজ্যৰ ৮০খন পৌৰসভাত...

Popular

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

Subscribe

spot_imgspot_img