Tag: NKTV News

Browse our exclusive articles!

কাইলৈ মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব ধেমাজিৰ ঐতিহাসিক হাবুং

কাইলৈ মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব ধেমাজিৰ ঐতিহাসিক হাবুং। মুখ্যমন্ত্ৰীয়ে পুৱা ১০ বজাত এক মাংগলিক অনুষ্ঠানেৰে শুভাৰম্ভ কৰিব। চাও-চেন-ৰেণত পূজা-অৰ্চনা কৰাৰ পিছতে দৰ্শনাৰ্থীলৈ মুকলি হ’ব হাবুং। স্বৰ্গদেও...

এইবাৰ IPL নিলামত ভূটানৰ ক্ৰিকেটাৰ!

আগন্তুক IPL নিলামৰ বাবে অতি আগ্ৰহেৰে বাট চাইছে ক্ৰিকেট অনুৰাগীয়ে। ফ্ৰেঞ্চাইজি সকলে কোন খেলুৱৈ কিমান টকাত ক্ৰয় কৰিব তাকে চাবলৈ এতিয়া অপেক্ষা কৰিছে ক্ৰিকেট...

মেৰাপানীত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু দুই যুৱকৰ

মেৰাপানীত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু দুই যুৱকৰনিহত যুৱক দুজন লাহৰীঘাটৰ তুলসীবড়ী গাঁৱৰ ওমৰ ফাৰুক, বাবুল হুছেইনলাহৰীঘাটৰ ৪জন যুৱক কৰ্মসূত্ৰে আছিল গোলঘাটৰ মেৰাপানীতএয়াৰটেলৰ টাৱাৰ নিৰ্মাণৰ কামত...

শিক্ষাৰ্থীৰ বাবে ভাল খবৰ, সৰস্বতী পূজাত নাথাকে কোনো পৃথক SOP

সৰস্বতী পূজা উদযাপনৰ বাবে নাথাকে কোনো পৃথক SOPশিক্ষানুষ্ঠানত সৰস্বতী পূজা পালনত নাই বাধাফেব্ৰুৱাৰীত প্ৰথম সপ্তাহত ঘোষণা হ’ব নতুন ক’ভিড SOPপূৰ্বে প্ৰশাসনে জাৰি কৰা নিয়ম...

এসপ্তাহ ধৰি অসমসহ উত্তৰ-পূবত হ’ব বৰষুণ!

অসমত প্ৰবল বৃষ্টিপাতৰ আগজাননী। সোমবাৰৰ পৰা অসমসহ উঃ-পূবত মুষলধাৰ বৰষুণৰ আগলী বতৰা বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ। আগন্তুক এসপ্তাহলৈ গুৱাহাটীৰ আকাশ ডাৱৰীয়া হৈ থকাৰ...

Popular

আছু-উন্নতি সভা-অসম সেনাৰ আহ্বানত ১৮ মাৰ্চত ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী সজাগতা সমদল

অসমৰ ভৱিষ্যৎ ৰক্ষাৰ্থে, অসমক ড্ৰাগছমুক্ত কৰাৰ লক্ষ্যৰে সদৌ অসম...

গ্ৰীণ কাৰ্ড থাকিলেও আমেৰিকাত আজীৱন বসবাস কৰিব নোৱাৰিব! মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ বক্তব্যত উদ্বেগ

গ্ৰীণ কাৰ্ড থাকিলেও আমেৰিকাত স্থায়ীভাৱে অনিৰ্দিষ্টকাললৈ বসবাস কৰাৰ সুবিধা...

বিয়াৰ বাবে ১ লাখ টকাৰ সাহায্য আৰু মেধাৱী কন্যাৰ বাবে স্কুটী

'বেটী বচাও বেটী পঢ়াও' আঁচনিৰ অধীনত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে...

Subscribe

spot_imgspot_img