Tag: NKTV News

Browse our exclusive articles!

অৰুণাচলৰ নিৰুদ্দিষ্ট কিশোৰক উদ্ধাৰ! দাবী চীনা সেনাৰ

প্ৰসংগ: অৰুণাচলৰ কিশোৰক অপহৰণ চীনা সৈন্যৰচীনা সেনাৰ স্পষ্টীকৰণ– অপহৰণ নহয়, উদ্ধাৰ কৰিছিল নিখোজ কিশোৰকনিৰুদ্দেশ হোৱা মিৰাম টেৰনক উদ্ধাৰ কৰাৰ দাবী চীনা সেনাৰ১৭ বছৰীয়া কিশোৰজনক...

ৰাজ্যত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ, ধুবুৰীত আৰক্ষীৰ গুলীত আহত ড্ৰাগছ সৰবৰাহকাৰী

২৪ ঘণ্টাত ৰাজ্যত দুটাকৈ এনকাউণ্টাৰধুবুৰীত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰআৰক্ষীৰ গুলীত আহত ড্ৰাগছ সৰবৰাহকাৰীশনিবাৰে সন্ধিয়া আৰক্ষীয়ে আটক কৰিছিল বেল্লাল শ্বেখ নামৰ যুৱকজনকড্ৰাগছসহ আটক কৰা হৈছিল বেল্লালকতদন্তৰ...

দেশত সামান্য হ্ৰাস ক’ভিডৰ সংক্ৰমণ

শুকুৰবাৰৰ তুলনাত দেশত সামান্য হ্ৰাস ক’ভিডৰ সংক্ৰমণ২৪ ঘণ্টাত দেশত সংক্ৰমিত ৩ লাখ ৩৭ হাজাৰ লোকশুকুৰবাৰৰ তুলনাত এই সংখ্যা ২.৭ শতাংশ কমসক্ৰিয় ক’ভিড আক্ৰান্তৰ হাৰ...

মৰিগাঁৱত ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী!

মৰিগাঁওৰ ভূৰাগাঁৱত ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শ্বহিদুল ইছলাম নামৰ সৰবৰাহকাৰীটোক। আৰক্ষীৰ অভিযানৰ সময়ত পলায়নৰ চেষ্টা চলাইছিল। পলায়নৰ চেষ্টা কৰোতেই আৰক্ষীৰ গুলীচালনা।...

অসম জাতীয় বিদ্যালয় কণ্টেইনমেণ্ট জ’ন!

অসম জাতীয় বিদ্যালয় কণ্টেইনমেণ্ট জ’ন ঘোষণাআজিৰ পৰা ২৬ জানুৱাৰীলৈ কণ্টেইনমেণ্ট জ’নজিলা প্ৰশাসনে জাৰি কৰিলে এই নিৰ্দেশনাবিদ্যালয়খনৰ কেইবাগৰাকীও শিক্ষক-শিক্ষাৰ্থী আক্ৰান্ত ক’ভিডত

Popular

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি। আঙুঠিটোৰ...

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ। ৰাণী ব্লক স্থানান্তৰ কৰাক...

ধিঙত আকৌ ধৰ্ষণৰ ঘটনা সংঘটিত হ’ল

ধিঙত ইমান ধৰ্ষণকাৰী ক’ৰপৰা আহিল? শেহতীয়া ঘটনাটো মনত আছেনে?...

উৎকট গৰম : শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান

শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান : সদৌ অসম সন্মিলিত...

Subscribe

spot_imgspot_img