Tag: NKTV News

Browse our exclusive articles!

একেৰাহে তৃতীয় দিনৰ বাবে বৃদ্ধি হৈছে পেট্ৰল-ডিজেলৰ দাম!

একেৰাহে তৃতীয় দিনৰ বাবে বৃদ্ধি হৈছে পেট্ৰল-ডিজেলৰ দাম। প্ৰতি লিটাৰ পেট্ৰলত ৮৯ পইচা আৰু ডিজেলত ৬৮ পইচা বৃদ্ধি। পেট্ৰল ক্ৰমে ২১ মাৰ্চত ৩২ পইচা,...

বৰপেটাৰ অধিবক্তা ৰিনিমা বেগমক হত্যা: নতুনকৈ ৩ অভিযুক্তক আটক

বৰপেটাৰ অধিবক্তা ৰিনিমা বেগমক হত্যা: নতুনকৈ ৩ অভিযুক্তক আটকআৰক্ষীৰ জালত মৃতক ৰিনিমা বেগমৰ বৌৱেকসহ তিনি অভিযুক্তআটকাধীন জাকিৰ আলী, তিৰা আলী, মুনমুন বেগমইয়াকে ধৰি কৰায়ত্ত...

ৰাজধানী দিল্লীত সন্ত্ৰাসবাদী আক্ৰমণৰ ভাবুকি!

ৰাজধানী দিল্লীত সন্ত্ৰাসবাদী আক্ৰমণৰ ভাবুকি, হাই এলাৰ্টসদাব্যস্ত সৰোজিনী নগৰ বজাৰ বন্ধ কৰি দি তন্ন তন্ন তালাচীউত্তৰ প্ৰদেশ আৰক্ষীয়ে পোৱা ভাবুকিপূৰ্ণ ইমেইলৰ পিছতে তৎপৰতাতেহৰিক-ঈ-তালিবান ইণ্ডিয়াৰ...

কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষ– অনুকূল পৰিৱেশ৷ বিদ্যা–বুদ্ধিৰ চর্চা কৰোঁতাসকল উপকৃত হ’ব৷ কর্মস্থানত বাধা দেখা নাযায়৷ শুভ বর্ণ বগা বা হালধীয়া৷ আজি যাত্রা কৰোঁতে হাতত এখন বগা ৰুমাল...

জোনাই মহকুমাত ১৪৪ ধাৰা জাৰি!

জোনাই মহকুমাত ১৪৪ ধাৰা জাৰিমহকুমাধিপতিৰ কাৰ্যালয়ৰ অভিমুখে গৰু-ম’হসহ সহস্ৰাধিক গোপালকগোপালকৰ অভিনৱ প্ৰতিবাদক লৈ ১৪৪ ধাৰা জাৰি প্ৰশাসনৰ৫জনতকৈ অধিক লোক সমবেত হোৱাত নিষেধাজ্ঞাঅনুমতি অবিহনে জোনাইত...

Popular

অপৰাধীৰ ৰম্যভূমিলৈ যেন পৰিণত হৈছে গুৱাহাটী মহানগৰী

অপৰাধীৰ ৰম্যভূমিলৈ যেন পৰিণত হৈছে উত্তৰ-পূবৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী মহানগৰী।...

অসমত ৮ ঘণ্টীয়া জেৰাৰ সন্মুখীন তামান্না ভাটিয়া

অসমত ৮ ঘণ্টীয়া জেৰাৰ সন্মুখীন তামান্না ভাটিয়া। EDৰ কাৰ্যালয়ত...

পাকিস্তানত বিদেশমন্ত্ৰী জয়শংকৰ

ছাংহাই কো-অপাৰেছন অৰ্গেনাইজেছন বৈঠকৰ বাবে পাকিস্তানত বিদেশমন্ত্ৰী জয়শংকৰ। কূটনৈতিক...

গজৰাজে তাণ্ডৱ চলালে ৰাজপথত

অৰণ্য ধ্বংস কৰাৰ পৰিণামহে যেন ভুগিছে মানৱ জাতিয়ে! দিনক...

Subscribe

spot_imgspot_img