Tag: NKTV News

Browse our exclusive articles!

আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱসত প্ৰতিগৰাকী কন্যালৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শুভেচ্ছা; সুৰক্ষিত ভৱিষ্যৎ গঢ়াৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ

আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উপলক্ষে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰতিগৰাকী কন্যা শিশুলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। কন্যা শিশুসকলক শক্তি, সাহস আৰু সৃষ্টিশীলতাৰ...

দুটা সফল সংস্কৰণৰ পিছত পুনৰ আহিছে ‘খেল মহাৰণ ৩.০’, ৭ নৱেম্বৰৰ পৰা আৰম্ভ ৰাজ্যজুৰি ক্ৰীড়া মহোৎসৱ

অসমৰ তৃণমূল পৰ্যায়ৰ ক্ৰীড়া প্ৰতিভাক এখন বৃহৎ মঞ্চ প্ৰদানৰ লক্ষ্যৰে পুনৰ অনুষ্ঠিত হ’ব ‘খেল মহাৰণ ৩.০’। ৰাজ্যিক কেবিনেটে অনুমোদন জনোৱা এই তৃতীয় সংস্কৰণ ৭...

কোটি টকাৰ ক্ৰিপ্ট’কাৰেন্সি চুৰি কৰি বিলাসী জীৱন! সোণৰ দাঁত, ডুবাই ভ্ৰমণৰ পৰা লণ্ডনত ফ্লেট ক্ৰয়লৈ, অৱশেষত যুৱকৰ আঢ়ৈ বছৰৰ কাৰাদণ্ড

SIM-স্বেপিং প্ৰৱঞ্চনাৰে চাৰিজন লোকৰ পৰা ক্ৰিপ্ট’কাৰেন্সি চুৰিৰ গোচৰত ২৫ বছৰীয়া অজয় শ্বিনজিনক আঢ়ৈ বছৰৰ কাৰাদণ্ড। চুৰি কৰা ধনৰ ৪৪,০০০ পাউণ্ডতকৈও অধিক ধন বিলাসী জীৱন-যাপনত...

আন্তঃৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত উজলিল অসম কন্যা; জেহেনা আকতাৰৰ তিনিটাকৈ পদক অৰ্জন

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিল অসমৰ জীয়ৰী জেহেনা আকতাৰ। বেংগালুৰুত ৪ অক্টোবৰৰ পৰা ১০ অক্টোবৰলৈ অনুষ্ঠিত দ্বিতীয় Asian Masters Swimming Championships-2026ত তিনিটাকৈ পদক অৰ্জন কৰি...

নেপালত ভূমিস্খলনৰ ফলত বুঢ়ী গণ্ডকী নদীত ভয়াৱহ বানৰ আশংকা, নিৰাপদ স্থানলৈ যোৱাৰ পৰামৰ্শ গাঁওবাসীক

ভূমিস্খলনৰ ফলত নদীত বানপানীৰ সৃষ্টি হোৱাত নেপালৰ কৰ্তৃপক্ষই দেওবাৰে গাঁওবাসীক নিৰাপদ স্থানলৈ আঁতৰি যাবলৈ আহ্বান জনাইছে। দেশখনৰ মধ্যাঞ্চলৰ এখন নদীত অহা বানে কেইবাটাও ঘৰ...

Popular

ৰাজ্যৰ বহুকইটা অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান; ঘৰ হেৰুৱালে বহু পৰিয়ালে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত বনাঞ্চলৰ বেদখল উচ্ছেদক লৈ প্ৰশাসনৰ...

গোৱালপাৰাৰ লক্ষীপুৰত বাংলাদেশীৰ সন্দেহত ২ মহিলাক আটক; অবৈধ অনুপ্ৰৱেশত সহযোগিতাৰ অভিযোগত আন এজন লোককো আটক আৰক্ষীৰ

গোৱালপাৰা জিলাৰ লক্ষীপুৰত অবৈধ অনুপ্ৰৱেশৰ অভিযোগত দুগৰাকী মহিলাক আটক...

Subscribe

spot_imgspot_img