Tag: News

Browse our exclusive articles!

“মোদীজীৰ সৈতে আগবাঢ়ক”—প্ৰণৱ মুখাৰ্জীয়ে বিজেপিত যোগদানৰ পৰামৰ্শ দিছিল বুলি দাবী শুভেন্দু অধিকাৰীৰ

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে প্ৰকাশ কৰিছে...

ৰণবীৰ কাপুৰৰ ‘ৰামায়ণ’ৰ বাবে ১২খন ছবি নাকচ কৰিছিল এ আৰ ৰহমানে! প্ৰায় তিনিবছৰ ধৰি চলিছিল সংগীতৰ কাম

ৰণবীৰ কাপুৰ অভিনীত বহু প্ৰত্যাশিত ছবি ‘ৰামায়ণ’ৰ সংগীতক লৈ...

অস্কাৰৰ দৌৰত ভাৰতৰ ‘ৰামায়ণ’, শ্ৰেষ্ঠ ভিজুৱেল ইফেক্টছৰ শীৰ্ষ ২০খন ছবিৰ তালিকাত স্থান

ভাৰতীয় চলচ্চিত্ৰ জগতলৈ আন এক সুখবৰ কঢ়িয়াই আনিছে নীতেশ...

চাহত কীটনাশকৰ পৰিমাণ নিয়ন্ত্ৰণৰ নতুন পদক্ষেপ FSSAIৰ! চাহত দুবিধ কীটনাশকৰ অৱশিষ্টৰ সীমা নিৰ্ধাৰণৰ প্ৰস্তাৱ আয়োগৰ

ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণ (FSSAI)-এ চাহত ব্যৱহৃত দুবিধ কীটনাশক—এচেটামিপ্ৰিড (Acetamiprid) আৰু ইমিডাক্ল’প্ৰিড (Imidacloprid)-ৰ অৱশিষ্টৰ সৰ্বোচ্চ সীমা (Maximum Residue Limit বা MRL) নিৰ্ধাৰণৰ...

জীৱন-ধাৰণৰ ব্যয় বৃদ্ধিক লৈ ফ্ৰান্সত ভয়াৱহ প্ৰতিবাদ! প্ৰতিবাদে ল’লে হিংসাত্মক ৰূপ; জুইত জাহ গ’ল ১৪৩ বছৰ পুৰণি ঐতিহাসিক ভৱন, ১,২০০ৰো অধিক লোকক গ্ৰেপ্তাৰ

ফ্ৰান্সত জীৱন-ধাৰণৰ ব্যয় বৃদ্ধি আৰু ৰাজহুৱা সেৱাৰ অৱনতিক লৈ সৃষ্টি হোৱা প্ৰতিবাদে শনিবাৰে দেশখনৰ কেইবাটাও স্থানত হিংসাত্মক ৰূপ লয়। প্ৰতিবাদকাৰীয়ে ৰাজহুৱা ভৱনত অগ্নিসংযোগ কৰাৰ...

জাপানত আৰম্ভ এছিয়ান পেৰা গেমছ ২০২৬; ১৬৮গৰাকী খেলুৱৈৰে পদকৰ যুঁজত নামিব ভাৰত

জাপানৰ আইচি-নাগোয়াত আজি আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব এছিয়ান পেৰা গেমছ ২০২৬। পূৰ্বৰ সংস্কৰণত সৰ্বাধিক পদক লাভ কৰাৰ অভিলেখ গঢ়া ভাৰতে এইবাৰো উন্নত প্ৰদৰ্শন আগবঢ়োৱাৰ লক্ষ্য...

মধ্যপ্ৰদেশৰ মন্দিৰৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা! বেৰিকেড ভাঙি ভক্তৰ ওপৰেৰে উঠিল নিয়ন্ত্ৰণহীন ট্ৰাক, ১২জনৰ মৃত্যু, আহত ২৯জন

মধ্যপ্ৰদেশৰ গোৱালিয়ৰত শনিবাৰে নিশা এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। শীতলা মাতা মন্দিৰৰ সমীপত ভক্তৰ ভিৰৰ মাজত নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰাক সোমাই পৰাৰ ফলত কমেও...

কলকাতাত দুৰ্গা পূজাৰ আনন্দৰ মাজতে কৰুণ ঘটনা; পদপিষ্ট হৈ ১৮জনৰ মৃত্যু, আহত ৩৫জন

কলকাতাৰ দুৰ্গা পূজাৰ আনন্দৰ মাজতে সংঘটিত হ’ল এক শোকাৱহ ঘটনা। উত্তৰ কলকাতাৰ চোৰবাগানৰ সাৰদা পাৰ্ক দুৰ্গা পূজাৰ মণ্ডপত ভিৰৰ হেঁচাত পদপিষ্টসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈ...

Popular

“মোদীজীৰ সৈতে আগবাঢ়ক”—প্ৰণৱ মুখাৰ্জীয়ে বিজেপিত যোগদানৰ পৰামৰ্শ দিছিল বুলি দাবী শুভেন্দু অধিকাৰীৰ

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে প্ৰকাশ কৰিছে...

অস্কাৰৰ দৌৰত ভাৰতৰ ‘ৰামায়ণ’, শ্ৰেষ্ঠ ভিজুৱেল ইফেক্টছৰ শীৰ্ষ ২০খন ছবিৰ তালিকাত স্থান

ভাৰতীয় চলচ্চিত্ৰ জগতলৈ আন এক সুখবৰ কঢ়িয়াই আনিছে নীতেশ...

৭৫ বছৰত ভৰি দিলে চীন-পাকিস্তানৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কই; প্ৰতিৰক্ষা, বাণিজ্যৰ পৰা মহাকাশলৈকে বিস্তৃত দুই দেশৰ কৌশলগত সহযোগিতা

প্ৰতিৰক্ষা, বাণিজ্য, আন্তঃগাঁথনি আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত দীৰ্ঘদিনীয়া সহযোগিতাৰে চীন...
spot_imgspot_img