Tag: News

Browse our exclusive articles!

কাইলৈ গুৱাহাটীত বীৰ লাচিত দিৱসৰ বিস্তৃত কাৰ্যসূচী, চিত্ৰাংকন প্ৰতিযোগিতাৰো আয়োজন

গুৱাহাটী লাচিত সংঘৰ উদ্যোগত ২৪ নৱেম্বৰত দিনজোৰা কাৰ্যসূচীৰে উদযাপন...

এছিয়াৰ শক্তিশালী দেশৰ তালিকাত তৃতীয় স্থান লাভ ভাৰতৰ, দ্বিতীয় প্ৰভাৱশালী নেতা নৰেন্দ্ৰ মোদী

এছিয়াৰ শক্তিশালী দেশসমূহৰ তালিকাত নিজৰ স্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম...

৬টা দশকৰ সংগ্ৰাম আৰু ঐতিহ্যৰ স্মৃতিৰে আছুৰ হীৰক জয়ন্তী বৰ্ষৰ শুভাৰম্ভ, উন্মোচন বিশেষ ল’গ’

অসমৰ ছাত্ৰ আন্দোলনৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ অধ্যায় হিচাপে পৰিচিত...

এটা উদ্বেগজনক কাণ্ডই জোকাৰিছে ডুমডুমা

কোন দিশে গতি কৰিছে সমাজ! ভুল ক’ত? অভিভাৱকৰ সংস্কাৰত নে সামাজিক পাৰিপাৰ্শ্বিকতাত? এটা উদ্বেগজনক কাণ্ডই জোকাৰিছে ডুমডুমা। এইবাৰ ধৰ্ষণত অভিযুক্ত ১৬ কিম্বা ১৭ বয়সৰ...

গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ড

গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হ'ল এক চাঞ্চল্যকৰ হত্যাকাণ্ড। বিমানজ্যোতি বৈশ্য নামৰ ২১ বছৰীয়া যুৱকক নৃশংস হত্যা। জাপৰিগোগৰ কৃষ্ণ নগৰত সংঘটিত এই লোমহৰ্ষক হত্যাকাণ্ড। নিশা...

মৃত্যু হ’ল বেলেগৰ, বেলেগৰ ফটোত সকলোৱে লিখিলেহি RIP… উপায়ন্তৰ হৈ যুৱতীৰ পোষ্ট, ‘আৰে বাবা মই জীয়াই আছোঁ’

বেংগালুৰুত মায়া গগৈ হত্যাৰ নতুন টুইষ্ট। ‘আৰে বাবা মই জীয়াই আছোঁ’ বুলি সদৰী কৰিলে স্বয়ং মায়া গগৈয়ে। ইউটিউবাৰ মায়া গগৈয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰিলে...

ডেৰ-দুবছৰলৈকে বিয়াত বহিব নোৱাৰিব মোহময়ী অভিনেত্ৰী উৰ্বশী ৰাউটেলা!

ডেৰ-দুবছৰ নিষেধাজ্ঞা, কোনো কাৰণতে বিয়াত বহিব নোৱাৰিব মোহময়ী অভিনেত্ৰী উৰ্বশী ৰাউটেলা! সংবাদ মাধ্যমক অভিনেত্ৰীগৰাকীয়ে নিজেই জনালে এই কথা। বলিউডৰ বিতৰ্কিত অভিনেত্ৰীসকলৰ অন্যতম এগৰাকী উৰ্বশী...

বিশাল ফুকন আৰু স্বপ্ননীল দাসৰ জামিন মঞ্জুৰ

বিশাল ফুকন আৰু স্বপ্ননীল দাসৰ জামিন মঞ্জুৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন। অনলাইন ট্ৰেডিঙত অভিযুক্ত আছিল বিশাল-স্বপ্ননীল। মুকলি আকাশৰ তললৈ দুই অনলাইন ট্ৰেডিঙৰ...

Popular

কাইলৈ গুৱাহাটীত বীৰ লাচিত দিৱসৰ বিস্তৃত কাৰ্যসূচী, চিত্ৰাংকন প্ৰতিযোগিতাৰো আয়োজন

গুৱাহাটী লাচিত সংঘৰ উদ্যোগত ২৪ নৱেম্বৰত দিনজোৰা কাৰ্যসূচীৰে উদযাপন...

এছিয়াৰ শক্তিশালী দেশৰ তালিকাত তৃতীয় স্থান লাভ ভাৰতৰ, দ্বিতীয় প্ৰভাৱশালী নেতা নৰেন্দ্ৰ মোদী

এছিয়াৰ শক্তিশালী দেশসমূহৰ তালিকাত নিজৰ স্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম...

৬টা দশকৰ সংগ্ৰাম আৰু ঐতিহ্যৰ স্মৃতিৰে আছুৰ হীৰক জয়ন্তী বৰ্ষৰ শুভাৰম্ভ, উন্মোচন বিশেষ ল’গ’

অসমৰ ছাত্ৰ আন্দোলনৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ অধ্যায় হিচাপে পৰিচিত...

ৰাজস্থানত ২৩ লাখৰো অধিক ছাত্ৰীক দিয়া হ’ব আত্মৰক্ষাৰ প্ৰশিক্ষণ

নাৰী সুৰক্ষা আৰু আত্মনিৰ্ভৰশীলতাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ...
spot_imgspot_img