Tag: News

Browse our exclusive articles!

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ পদত্যাগ

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ পদত্যাগ। EDৰ মাৰাথন জেৰাৰ অন্তত পদত্যাগ কৰে মুখ্যমন্ত্ৰীজনে।ৰাজ্যপালৰ ওচৰত পদত্যাগ-পত্ৰ প্ৰেৰণ হেমন্ত ছোৰেনৰ। তাৎক্ষণিকভাৱে বিধায়িনী দলৰ বৈঠকৰ আহ্বান হেমন্ত...

অপৰাধীৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল আৰক্ষীৰ বন্দুক

অপৰাধীৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল আৰক্ষীৰ বন্দুক। এইবাৰ যোৰহাটৰ বৰহুজত পুলিবৰ আৰক্ষীৰ গুলীচালনা। দুধৰ্ষ ডকাইত পৰশুৰাম দাসলৈ লক্ষ্য কৰি আৰক্ষীয়ে কৰিলে গুলীচালনা। আৰক্ষীক আক্ৰমণ...

সদৌ অসম চৰকাৰী এন.পি.এছ কৰ্মচাৰীৰ গণ আলোড়ন

প্ৰধানমন্ত্ৰীৰ আগমণৰ পূৰ্বে ৰাজ্যত কৰ্মচাৰীৰ বিদ্ৰোহসদৌ অসম চৰকাৰী এন.পি.এছ কৰ্মচাৰীৰ গণ আলোড়নহাজাৰ হাজাৰ এন.পি.এছ কৰ্মচাৰীৰ গৰ্জনত কঁপিল গুৱাহাটীপুৰণি পেঞ্চন নীতি বাহল ৰখাৰ দাবীত উত্তাল...

বনৰক্ষক নহয়, তেওঁ হেনো বনদস্যূ!

ধুমুহা বতাহে বিচাৰি উলিয়ালে ৰেঞ্জাৰৰ পৰিচয়!বনৰক্ষক নহয়, তেওঁ হেনো বনদস্যূ!ধুমুহাৰ অচিলাৰে তেওঁ ধুমুহা গতিত কৰিছে বনধ্বংস পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিৰ দক্ষিণ বন সংমণ্ডলৰ ৰেঞ্জাৰ...

আলফা(স্বাঃ)ত আৰক্ষীৰ আণ্ডাৰ ক’ভাৰ এজেন্ট!

আণ্ডাৰ ক’ভাৰ এজেন্টআলফা (স্বাঃ)ত আৰক্ষীৰ আণ্ডাৰ ক’ভাৰ এজেন্টআকৌ চাওক, কি কৈছে মানস বৰগোঁহায়ে? আলফা (স্বাঃ)-এ প্ৰেৰণ কৰা ভিডিঅ’শিবিৰত বন্দীত্ব অৱস্থাত গুপ্তচৰ মানস বৰগোঁহাই এইবাৰ চাওঁক, ২০২৩ৰ...

Popular

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

Subscribe

spot_imgspot_img