Tag: News

Browse our exclusive articles!

ফেচবুক, স্নেপচেট, PUBGসহ ৮৯টা এপৰ ব্যৱহাৰত ভাৰতীয় সেনাৰ নিষেধাজ্ঞা! জোৱান-অফিচাৰৰ বাবে কঠোৰ নিৰ্দেশনা

সামাজিক মাধ্যম, মেছেজিং, অনলাইন গেমিং, ডেটিং আৰু ই-কমাৰ্চৰ জনপ্ৰিয়...

হিন্দী চিনেমাৰ কাহিনীৰ দৰে শিহৰণকাৰী

হিন্দী চিনেমাৰ কাহিনীৰ দৰে শিহৰণকাৰী। বাস্তৱত আপুনি মই কল্পনা কৰিব নোৱাৰা কথা। ডিব্ৰুগড়ৰ বৰবৰুৱাত ২৫ জুলাইত নৃশংস হত্যাৰ বলি হৈছিল উত্তম গগৈ। শনিবাৰে হত্যাৰ...

অভিনেত্ৰী নন্দিনী কাশ্যপে দুৰ্ঘটনাত আহত কৰা যুৱকৰ মৃত্যু

অভিনেত্ৰী নন্দিনী কাশ্যপে দুৰ্ঘটনাত আহত কৰা যুৱকৰ মৃত্যু। এপল’ হাস্পতালত মৃত্যুছামিউল হকৰ। শুকুৰবাৰে মাজনিশা কাহিলিপাৰাত নন্দিনীয়ে সংঘটিত কৰিছিল দুৰ্ঘটনাটো। দুৰ্ঘটনাটোৰ ৪ দিনৰ পিছত মৃত্যুৰে...

২৬ জুলাই: ভাৰতীয় সেনাৰ সাহস আৰু ত্যাগৰ গৌৰৱৰ দিন

আজি ২৬ জুলাই, দেশজুৰি উদযাপিত হ’ব কাৰ্গিল বিজয় দিৱস, যি দিনটো ভাৰতীয় সেনাই ১৯৯৯ চনত কাৰ্গিল যুদ্ধত পাকিস্তানৰ বিৰুদ্ধে জয় লাভ কৰিছিল। দেশৰ বিভিন্ন...

ড্ৰাগছ সৰবৰাহৰ ট্ৰেনজিট পইণ্ট হৈ পৰিছে নেকি কাছাৰ?

অতি সম্প্ৰতি ৰাজ্যৰ ৰাজনীতিয়ে সকলো বিষয়ৰ উৰ্দ্ধত অৱস্থান কৰিলেও কিন্তু অতি সংগোপনে বিভিন্ন ঠাইৰে সৰবৰাহ হৈয়ে আছে মাৰাত্মক ড্ৰাগছ। বৰবিহৰ কলা বজাৰত ভৰি থৈছে...

বহি:ৰাজ্যত চলন্ত ৰে’লৰ পৰা পৰি মৃত্যু অসমৰ ব্যৱসায়ীৰ

পশ্চিমবংগত ৰে’লৰ পৰা পৰি মৃত্যু যোৰহাটৰ ব্যৱসায়ীৰ। পশ্চিমবংগৰ বৰ্ধমান ষ্টেচনত ৰে’লৰ পৰা পিছলি মৃত্যু আনন্দ বৈদ্য নামৰ লোকজনৰ। পত্নী–কন্যাৰ সৈতে ঝাৰখণ্ডলৈ গৈছিল আনন্দ বৈদ্য...

Popular

spot_imgspot_img