অভিনেত্ৰী নন্দিনী কাশ্যপে দুৰ্ঘটনাত আহত কৰা যুৱকৰ মৃত্যু

অভিনেত্ৰী নন্দিনী কাশ্যপে দুৰ্ঘটনাত আহত কৰা যুৱকৰ মৃত্যু। এপল’ হাস্পতালত মৃত্যুছামিউল হকৰ। শুকুৰবাৰে মাজনিশা কাহিলিপাৰাত নন্দিনীয়ে সংঘটিত কৰিছিল দুৰ্ঘটনাটো। দুৰ্ঘটনাটোৰ ৪ দিনৰ পিছত মৃত্যুৰে হাৰ মানিলে ছামিউলে। উল্লেখ্য যে অতি মেধাসম্পন্ন ছামিউল আছিল নলবাৰী পলিটেকনিকৰ ছাত্ৰ। দিনত পঢ়ি ৰাতি গৈছিল চাকৰি কৰিবলৈ। নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাতেই শেষ হৈ গ’ল এটা সম্ভাৱনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জামুগুৰিহাটত চিলনী চোৰৰ সন্ত্ৰাস! মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই উধাও দুই যুৱক

জামুগুৰিহাটত পুনৰ চিলনী চোৰৰ ঘটনা সংঘটিত হৈছে। অঞ্চলটোৰ কৰতিপাৰ...

দেশত ডিজিটেল এৰেষ্টৰ নামত ৮ মাহত ৬৪৭ কোটি টকাৰ প্ৰৱঞ্চনা, ২১,৯০০টা ঘটনা

দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ডিজিটেল এৰেষ্টৰ নামত চাইবাৰ প্ৰৱঞ্চনাৰ...

২০২৫ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা ঘোষণা

২০২৫ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ...