Tag: India

Browse our exclusive articles!

বলীউডৰ একাংশ জনপ্ৰিয় তাৰকাই অংশ ল’লে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাত

আজি অযোধ্যাত প্ৰাণপ্ৰতিষ্ঠা হ'ল ৰামলালাৰ। এই অনুষ্ঠানে দেশজুৰি এক আনন্দৰ বন্যা বোৱালে। আজি ৰামৰ উপাসনাত ব্যস্ত হল সমগ্ৰ দেশ। বলীউডৰ একাংশ তাৰকা সাক্ষী হ'ল...

২২ জানুৱাৰীত মুকলি হ’ব অযোধ্যাৰ বহু প্ৰতীক্ষিত ৰাম মন্দিৰ

মাজত মাথো এটা দিন। ২২ জানুৱাৰীত মুকলি হ’ব অযোধ্যাৰ বহু প্ৰতীক্ষিত ৰাম মন্দিৰ। সমগ্ৰ দেশজুৰি ধ্বনিত হৈছে ভগৱান ৰামৰ বন্দনা। কেৱল অযোধ্যাই নহয়, সমগ্ৰ...

পুনৰ অগ্নিগৰ্ভা ম্যানমাৰ

পুনৰ অগ্নিগৰ্ভা ম্যানমাৰজুণ্টা সামৰিক চৰকাৰৰ বাবে ভয়ংকৰ বিপদৰ আগজাননী!বিদ্ৰোহীৰ আগ্ৰাসনত কঁপিছে ম্যানমাৰৰ সামৰিক চৰকাৰদলে দলে জুণ্টা সেনা প্ৰবেশ কৰিছে মিজোৰামত বিদ্ৰোহীৰ আগ্ৰাসনত কঁপিছে ম্যানমাৰৰ সামৰিক...

পদূলি পালেহি ভোগৰ ভোগালী

জাৰত কঁপা পুহ এই যাওঁ যাওঁপদূলি পালেহি ভোগৰ ভোগালীকেইটামান ঘন্টা পাৰ কৰি বছৰে ভৰি থ’ব মাঘতমেজিৰ জুইত জাহ যাব অপ্ৰীতি–অসূয়াসেয়ে ভোগালীক আদৰাৰ এয়া বিপুল...

মানুহে ইমান নৃশংস কাম কৰিব পাৰে কেনেকৈ? বিহ দি মাৰিলে কুকুৰা

মানুহে ইমান নৃশংস কাম কৰিব পাৰে কেনেকৈএনেকৈ সংঘটিত কৰে হত্যাকাণ্ডএটা দুটা নহয়, ৪০টা! পোৱালিকেইটাই পথাৰত খেলি আছিল। তেতিয়াই চুবুৰীয়া আক্ৰোশৰ বলি হল। মৃত অৱস্থাত মোনাত...

Popular

ভাৰত-জাপানৰ সামুদ্ৰিক প্ৰতিৰক্ষা হ’ব আৰু শক্তিশালী

সামুদ্ৰিক প্ৰতিৰক্ষা ক্ষেত্ৰত সহযোগিতা অধিক গভীৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ...

অসম প্ৰিমিয়াৰ লীগৰ প্ৰাইজমানি ঘোষণা; চেম্পিয়ন দলে ৫০ লাখ, ৰানাৰ্ছআপ দলে লাভ কৰিব ২৫ লাখ

উদ্বোধনী বৰ্ষৰ ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ...

জেপিএছচি আৰু জেএছএছচি পৰীক্ষা বাতিলৰ সিদ্ধান্তত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ

ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে হেমন্ত চোৰেন চৰকাৰৰ জেপিএছচি (JPSC) আৰু...

Subscribe

spot_imgspot_img