Browsing Tag

India

বিদায় বীৰ!

এটা অৰ্ধনিৰ্মিত ঘৰবুকু বিদাৰি যোৱা কাতৰ কান্দোনআৰু এটা হিয়া ভঙা খবৰগাঁৱৰ আকাশ কঁপাই গুজৰিল ২১ টা টোপধ্বনিএই গৌৰৱময় ক্ষণ, অথচ

গ্ৰেপ্তাৰ হ’ল ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন

গ্ৰেপ্তাৰ কৰা হ'ল ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক। EDৰ মাৰাথন জেৰাৰ অন্তত পদত্যাগ কৰিছিল মুখ্যমন্ত্ৰীজনে। পদত্যাগৰ পাছতে

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ পদত্যাগ

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ পদত্যাগ। EDৰ মাৰাথন জেৰাৰ অন্তত পদত্যাগ কৰে মুখ্যমন্ত্ৰীজনে।ৰাজ্যপালৰ ওচৰত পদত্যাগ-পত্ৰ

ছত্তিশগড়ত মাওবাদীৰ ভয়ংকৰ আক্ৰমণ, ছহিদ অসমৰ জোৱান

ছত্তিশগড়ত সংঘটিত হৈছে মাওবাদীৰ আক্ৰমণৰ ঘটনা। মাওবাদীৰ এই আক্ৰমণত ছহিদ হৈছে অসমৰ CRPF জোৱান লম্বোধৰ সিংহ। ছহিদ লম্বোধৰ সিংহৰ ঘৰ

শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰীৰ বঁটা ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটলৈ

দেশৰ শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰীৰ সন্মানেৰে বিভূষিত হ’ল বলীউডৰ জনপ্ৰিয় দম্পতী ৰণবীৰ কাপুৰ, আলিয়া ভাট। স্বামী-স্ত্ৰী দুয়ো লাভ কৰিলে

ৰাজ্যত নতুন শিক্ষানীতি প্ৰৱৰ্তনৰ লক্ষ্যৰে শিক্ষাবিভাগৰ এই নৱসংযোজন

বহু নতুন নিয়মেৰে শেষ বাৰলৈ হ’ব মেট্ৰিক পৰীক্ষাOMR শ্বীটত হ’ব গণিত, ইংৰাজী বিষয়াৰ পৰীক্ষাসাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ পৰীক্ষাও

যোৰহাট নে নগাঁৱত ভোটযুদ্ধত নামিব সাংসদ গৌৰৱ?

লাহে লাহে শাসক-বিৰোধীৰ চক্ৰবেহুত তৰুণ তনয়গৌৰৱ গগৈক ওফৰাবলৈ ইখনৰ পাছত সিখন ব্লুপ্ৰিণ্টয’ত নিৰ্বাচন খেলিব তাতেই হৰুৱাবলৈ জটিল ভোটৰ

‘মা-দেউতা মোক ক্ষমা কৰিবা, এয়াই আছিল শেষ বিকল্প..’ শেষ হৈ…

'মা-দেউতা মোক ক্ষমা কৰিবা, এয়াই আছিল শেষ বিকল্প..' এক মৰ্মান্তিক ঘটনাই জোকাৰি গ'ল দেশ। পুনৰ এগৰাকী ছাত্ৰীয়ে পৰীক্ষাৰ চাপ সহিব

ক’ত নিৰ্মাণ হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিমূৰ্তি?

মহানগৰীৰ জালুকবাৰীত নিৰ্মাণ হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিমূৰ্তি২৫০ফুট উচ্চতাৰ ব্ৰঞ্জেৰে নিৰ্মান কৰা হ'ব প্ৰধানমন্ত্ৰীৰ