Tag: India

Browse our exclusive articles!

৫ ঘণ্টাৰ ভিতৰতে বিক্ৰী টি-২০ বিশ্বকাপৰ ভাৰত-পাক মেচৰ সকলো টিকট!

ভাৰত-পাকিস্তানৰ মেচ মানেই উন্মাদনা,ৰোমাঞ্চ। তাকেই প্ৰমাণ কৰিলে ভাৰত আৰু পাকিস্তানৰ ক্ৰিকেট অনুৰাগীয়ে, কাৰণ আগন্তুক ২৩ অক্টোবৰত ভাৰত-পাকিস্তানৰ মাজত অনুষ্ঠিত হ'ব লগা টি-২০ বিশ্বকাপৰ মেচৰ...

ৱেষ্ট ইণ্ডিছৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত ভাৰতৰ সহজ জয়

ৱেষ্ট ইণ্ডিছৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত ভাৰতৰ সহজ জয়। আহমেদাবাদত অনুষ্ঠিত হোৱা এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত ৬ উইকেটত পৰাস্ত কৰে কেৰাবিয়ান বাহিনীক। টচত জয় লাভ...

ভাৰতীয় এদিনীয়া ক্ৰিকেট দলত অন্তৰ্ভুক্ত শ্বাহৰুখ খান!

৬ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব লগা ক্ৰিকেট শৃংখলাৰ বাবে সাজু হৈছে ভাৰত আৰু ৱেষ্ট ইণ্ডিজ। শৃংখলাটো আৰম্ভ হোৱাৰ আগতে ভাৰতৰ চাৰিজন খেলুৱৈ - শিখৰ...

১৯-অনুৰ্ধৰ বিশ্বকাপৰ ফাইনেল, আজি ভাৰতৰ সন্মুখত ইংলেণ্ড

আজি ভাৰত আৰু ইংলেণ্ডৰ মাজত ১৯-অনুৰ্ধৰ বিশ্বকাপৰ ফাইনেল মেচত। ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৬.৩০ বজাৰ পৰা গুৰুত্বপুৰ্ণ খেলখন অনুষ্ঠিত হ'ব। ফাইনেল খেলখন ছাৰ ভিভিয়ান...

বেইজিঙৰ শীতকালীন অলিম্পিক কূটনৈতিকভাৱে বৰ্জন ভাৰতৰ!

বেইজিঙৰ শীতকালীন অলিম্পিক কূটনৈতিকভাৱে বৰ্জন ভাৰতৰশুকুৰবাৰৰ পৰা আৰম্ভ হব শীতকালীন অলিম্পিকউদ্বোধনী আৰু সামৰণি অনুষ্ঠানত উপস্থিত নাথাকে ভাৰতৰ ৰাষ্ট্ৰদূতচীনা সৈন্যই অৰুণাচল প্ৰদেশৰ যুৱকক হাৰশাস্তি কৰাৰ...

Popular

ইণ্ডোনেছিয়াত ৭.৭ প্ৰাবল্যৰ শক্তিশালী ভূকম্পন; ছুনামিৰ সতর্কবার্তা জাৰি

ইণ্ডোনেছিয়াৰ পূব উপকূলীয় অঞ্চলত শনিবাৰে এক তীব্র ভূকম্পন অনুভূত...

Subscribe

spot_imgspot_img