জম্মু–কাশ্মীৰৰ কেইবাখনো জিলাত অব্যাহত সন্ত্ৰাসবাদীৰ আক্ৰমণ

  • জম্মু–কাশ্মীৰৰ কেইবাখনো জিলাত অব্যাহত সন্ত্ৰাসবাদীৰ আক্ৰমণ
  • যোৱা ৪দিন ধৰি অব্যাহত আছে সন্ত্ৰাসবাদীৰ আক্ৰমণ
  • সন্ত্ৰাসবাদীৰ আক্ৰণত নিহত ১০জন তীৰ্থযাত্ৰী, এজন CRPF জোৱান
  • ঘটনাত আহত হৈছে আন কেইবাজনো নিৰাপত্তাৰক্ষী, সাধাৰণ লোক
  • ৪দিন পূৰ্বে ৰিয়াছি জিলাত তীৰ্থযাত্ৰীৰ গাড়ীত চলা হৈছিল আক্ৰমণ
  • ৰিয়াছিৰ উপৰি কাথুৱা, ডোডা জিলাতো চলে সন্ত্ৰাসবাদীৰ আক্ৰমণ
  • নিৰাপত্তাৰক্ষীয়ে ডোডা জিলাত অব্যাহত ৰাখিছে ব্যাপক তালাচী অভিযান
  • কাথুৱা জিলাত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত ২জন পাকিস্তানী সন্ত্ৰাসবাদী
  • সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছতে সমগ্ৰ কাশ্মীৰ উপত্যকাত আতংকৰ সৃষ্টি
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

এতিয়াৰে পৰা গুৱাহাটীৰ পৰাই কেইবাখনো দেশৰ ভিছাৰ বাবে কৰিব...

মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ

অসমৰ ৫.৪২ লাখ শিক্ষাৰ্থীলৈ প্ৰথম কিস্তিৰ চেক বিতৰণৰ শুভাৰম্ভ...

গুৱাহাটীত প্ৰায় ৮ কোটি টকাৰ ড্ৰাগছ জব্দ; গ্ৰেপ্তাৰ দম্পতী

মহানগৰীৰ দিছপুৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এক বৃহৎ অভিযানত...