ব্ৰিটেইনত ৰাজনৈতিক সংকট! গৃহ মন্ত্ৰী চুৱেলা ব্ৰেভাৰমেনৰ পদত্যাগ

ভাৰতীয় বংশৰ চুৱেলা ব্ৰেভাৰমেনে ব্ৰিটেইনৰ গৃহ মন্ত্ৰী পদৰ পৰা পদত্যাগ। কাৰণ জানি আপুনি হ’ব আচৰিত! জানিব পৰা মতে তেওঁৰ ব্যক্তিগত ইমেইল ভুলবশত চৰকাৰী কামত ব্যৱহাৰ হোৱাত তেওঁ পদত্যাগ কৰে।

ব্ৰেভাৰমেন ক্ষমতাসীন কনজাৰ্ভেটিভ পাৰ্টিৰ এজন সোঁপন্থী আৰু জনপ্ৰিয় সদস্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্গাপূজাৰ সপ্তমীত অতিৰিক্ত বন্ধ ঘোষণা; ১৭ অক্টোবৰত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়

দুৰ্গাপূজাৰ মহাসপ্তমী উপলক্ষে অসম চৰকাৰে ২০২৬ চনৰ ১৭ অক্টোবৰ,...