ডাম্পাৰৰ খুন্দাত থিতাতে নিহত চাইকেল আৰোহী

পুনৰ শোকাৱহ দুৰ্ঘটনা! কলিয়াবৰৰ শিলঘাট কামাখ্যাত পথ দুৰ্ঘটনা। ডাম্পাৰৰ খুন্দাত এজন চাইকেল আৰোহী নিহত। নিহত লোকজনৰ নাম কাৰ্তিক মুঢ়া। নিহত লোকজনৰ ঘৰ শিলঘাটৰ কেন্দুপামত। শিলঘাট-জখলাবন্ধা পথত এই দুৰ্ঘটনা। AS 01 GC 7617 নম্বৰৰ ডাম্পাৰখন জখলাবন্ধাত জব্দ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...