ব্ৰিটেইনত ৰাজনৈতিক সংকট! গৃহ মন্ত্ৰী চুৱেলা ব্ৰেভাৰমেনৰ পদত্যাগ

ভাৰতীয় বংশৰ চুৱেলা ব্ৰেভাৰমেনে ব্ৰিটেইনৰ গৃহ মন্ত্ৰী পদৰ পৰা পদত্যাগ। কাৰণ জানি আপুনি হ’ব আচৰিত! জানিব পৰা মতে তেওঁৰ ব্যক্তিগত ইমেইল ভুলবশত চৰকাৰী কামত ব্যৱহাৰ হোৱাত তেওঁ পদত্যাগ কৰে।

ব্ৰেভাৰমেন ক্ষমতাসীন কনজাৰ্ভেটিভ পাৰ্টিৰ এজন সোঁপন্থী আৰু জনপ্ৰিয় সদস্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...