নতুন SOPত কি কি আছে?

• ২৮ জুনৰ পৰা বলৱৎ হ’ব নতুন SOP
• গুৱাহাটীত সান্ধ্য আইনত শিথিলতা
• ৪ বজাৰ পৰা প্ৰযোজ্য হ’ব সান্ধ্য আইন
• ৩ বজাত বন্ধ হ’ব দোকান-পোহাৰ
• আন্তঃজিলা যাতায়াত বন্ধ ৰখাৰ সিদ্ধান্ত
• ৩খন জিলা এসপ্তাহলৈ সম্পূৰ্ণ CONTAINMENT ZONE
• বিশ্বনাথ, গোৱালপাৰা, মৰিগাঁও CONTAINMENT ZONE
• লগতে বোকাখাত মহকুমাও CONTAINMENT ZONE
• ভেকচিনৰ এটা ড’জ লোৱা কৰ্মচাৰী যাব লাগিব কাৰ্যালয়লৈ
• দুটা ড’জ লোৱাসকলে বিমানবন্দৰত টেষ্ট কৰিব নালাগে
• ৰে’ল ষ্টেশ্যনত টেষ্ট কৰাৰ পৰাও এওঁলোকক ৰেহাই

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...