APSC কেলেংকাৰিৰ ফাইল পুনৰ খুলিছে হিমন্ত বিশ্ব শৰ্মাই

  • APSC কেলেংকাৰিৰ ফাইল পুনৰ খুলিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই
  • তদন্তৰ আওতালৈ আহিব বক্ৰপথেৰে চাকৰি লোৱা বহু DSP
  • বৃহস্পতিবাৰে চমন জাৰি কৰিব সেইসকল DSPক
  • পূৰ্বে গ্ৰেপ্তাৰ হৈছিল ৫৯জন ভুৱা DSP
  • কিছুসংখ্যক বিষয়াই তদন্তত সহযোগিতা কৰা নাছিল
  • সেইসকললৈ চমন জাৰি কৰি হাজিৰ হোৱাৰ নিৰ্দেশ
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘এই স্বৰ্ণ ৰাইজৰ আশীৰ্বাদৰ ফল…’ স্বগৃহলৈ উভতি আবেগিক লাভলীনা

এছিয়ান গেমছত স্বৰ্ণ জয় কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা...

চকুৰে নেদেখিলেও হাতৰ পৰশত প্ৰাণ পায় বাঁহ-বেতে; ৫১ বছৰ ধৰি বাঁহ-বেতৰ শিল্পৰ মাজেৰে জীৱন যুঁজ ৬৭ বছৰীয়া কুশল ফুকনৰ

দুয়োটা চকুৰে নেদেখে তেওঁ। স্কুলীৰ দিনতে দুৰ্ভাগ্যজনকভাৱে হেৰুৱাইছিল দৃষ্টিশক্তি।...

পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষ বিদায় নানা পাটেকৰক; পুনেত বিয়লি ৪ বজাত সম্পন্ন হ’ব শেষকৃত্য

প্ৰবীণ অভিনেতা নানা পাটেকৰৰ শেষকৃত্য আজি পুনেৰ ডোঞ্জে অঞ্চলত...