ভাগৱত পাঠত ভাওনা আগবঢ়াইও সংঘৰ শাস্তিৰ সন্মুখীন এজন

বাৰে বাৰে বিতৰ্কত সাঙোৰ খাইছে উত্তৰ-পূবৰ অন্যতম বৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ। ধৰ্মীয় গোড়ামিৰে ইটোৰ পিছত সিটো ফটোৱা জাৰি কৰি বিতৰ্কত সোমাই পৰিছে শংকৰ সংঘ।শেহতীয়াকৈ চকলং বিয়াত অংশগ্ৰহণ কৰা ৫টাকৈ পৰিয়ালক শাস্তি বিহাৰ বিতৰ্ক মাৰ নৌযাওতেই এইবাৰ পোহৰলৈ আহিছে আন এক বিতৰ্কিত কাণ্ড। বৌদ্ধ মন্দিৰ দৰ্শনৰ বাবেই এইবাৰ সংঘৰ ৰোষত ৩টা পৰিয়াল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...