শ্ৰীলংকাত বাতিল হ’ল পৰীক্ষা, কাৰণ জানিলে আপুনিও হ’ব আচৰিত!

এইবাৰ অসম বা ভাৰতত নহয়, শ্ৰীলংকাত বাতিল কৰা হয় স্কুলীয়া পৰীক্ষা। সোমবাৰৰ পৰা পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল। প্ৰকাশিত বাতৰি অনুসৰি কলম্বোত নিৰ্ধাৰিত সংখ্যক প্ৰশ্নকাকত প্ৰস্তুত কৰিব নোৱাৰিলে। প্ৰশ্নকাকতৰ অভাৱত পিছুৱাই দিয়া হৈছে পৰীক্ষা। উল্লেখ্য যে, ১৯৪৮ চনৰ পৰাই গভীৰ অৰ্থসংকটৰ সৈতে যুঁজি আহিছে শ্ৰীলংকাই। পৰৱৰ্তী শ্ৰেণীলৈ উত্তীৰ্ণ কৰাৰ বাবে টাৰ্ম পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হয়। এই টাৰ্মসমূহত পোৱা নম্বৰৰ ভিত্তিতে ছাত্ৰ-ছাত্ৰীৰ প্ৰদৰ্শন বিবেচনা কৰা হয়। এনে গুৰুত্বপূৰ্ণ পৰীক্ষাৰ প্ৰশ্নকাকতৰ নাটনিয়ে স্বাভাৱিকতে হৈ-চৈৰ সৃষ্টি কৰিছে অভিভাৱকৰ মাজত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...