গৃহমন্ত্রী অমিত শ্বাহৰ ৰোড শ্ব’ক লৈ গুৱাহাটীত বিশেষ পথ নিৰ্দেশনা

গৃহমন্ত্রী অমিত শ্বাহৰ ৰোড শ্ব’ক লৈ গুৱাহাটীত বিশেষ পথ নিৰ্দেশনা। দুপৰীয়া ১২-০০ বজাৰ পৰা নিশা ৯-০০ বজালৈ এই নিৰ্দেশনা। কেইবাটাও পথত বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা। VIP উৰণ সেতুৰ পৰা জালুকবাৰীৰ ৰটাৰীলৈ নিষেধাজ্ঞা। DG ৰোড, MG ৰোড, RKB ৰোড, AK আজাদ ৰোডত নিষেধাজ্ঞা। BK কাকতি ৰোডতো বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা। এই পথসমূহত লেহেমীয়া বাহন চলাচলতো নিষেধাজ্ঞা। জৰুৰীকালীন সেৱাৰ ক্ষেত্রত নাথাকে নিষেধাজ্ঞা। ১৭নং ৰাষ্ট্রীয় ঘাইপথলৈ যোৱাত নিষেধাজ্ঞা। বিমান বন্দৰৰ পৰা খানাপাৰা অভিমুখী বাছৰ বিশেষ নিয়ন্ত্ৰণ। সকলো ASTC, বে-চৰকাৰী বাছসমূহ কৰা হ’ব নিয়ন্ত্রণ এবিচি পইণ্টৰ পৰা অসম বিধানসভাৰ ৰটাৰীলৈ বিশেষ নিৰ্দেশনা। বিয়লি ৪ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ এটা ট্রেকত চলিব বাহন।জৰুৰীকালীন যান-বাহনৰ চলাচলত নাথাকিব কোনোধৰণৰ বাধা ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...