আজি অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ

আজি গুৱাহাটীত নিৰ্বাচনী ৰণ ডংকা বজাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। গুৱাহাটীত ৰোড শ্ব’ত ভাগ ল’ব গৃহমন্ত্ৰীজনে। বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলাব অমিত শ্বাহে। বিয়লি চাইকেল ফেক্টৰীৰ পৰা লালগণেশলৈ ৰোড শ্ব’ত ভাগ ল’ব শ্বাহে। গুৱাহাটীৰ বিজেপিৰ প্ৰাৰ্থীগৰাকীক জিকাবলৈ তৎপৰ বিজেপিৰ নেতৃত্ব।মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যিক বিজেপিৰ প্ৰায়সকল শীৰ্ষ নেতৃত্ব উপস্থিত থাকিব ৰোড শ্ব’ত। অমিত শ্বাহৰ ৰোড শ্ব’ উপলক্ষে গুৱাহাটীত বিশেষ পথ নিৰ্দেশনা যান–বাহন আৰক্ষীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নগাঁৱত বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ জয়। আনুষ্ঠানিক ঘোষণা নিৰ্বাচন আয়োগৰ

দেৱাশীষ শৰ্মাৰ হাতত আয়ুক্তই তুলি দিলে জয়ৰ প্ৰমাণপত্ৰ। ৰাজ্যজুৰি...

চাফা কৰাৰ চলেৰে ঘৰত প্ৰৱেশ, মহিলাক সংজ্ঞাহীন কৰি সোণৰ গহনা লুটি নিলে দুই প্ৰৱঞ্চকে

মহানগৰীৰ AT ৰোডৰ টকৌবাৰীত চাঞ্চল্যকৰ ডকাইতি কাণ্ড। চাফাই কৰ্মচাৰীৰ...

গুৱাহাটীত হোমষ্টে ব্যৱস্থাত কঠোৰ নিয়ম GMCৰ, দুৰ্গা পূজাত হ’ব স্বচ্ছতা প্ৰতিযোগিতা

গুৱাহাটী মহানগৰীত হোমষ্টে ব্যৱস্থাক নিয়মৰ মাজলৈ আনিবলৈ বিশেষ পদক্ষেপ...