ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ৮ জনকৈ লোক

ছত্তিশগড়ৰ বেমেটাৰাত পুৱতি নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। পথৰ কাষত ৰখাই থোৱা গাড়ীত খুন্দা তীব্ৰ বেগী ট্ৰাকৰ। দুৰ্ঘটনাত নিহত ৮ জনকৈ লোক। দুৰ্ঘটনাত নিহতসকলৰ ৫ গৰাকী মহিলা তিনিটি শিশু বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাত আহত ২৩ জনকৈ লোক। ইয়াৰে ৪ জনৰ অৱস্থা সংকটজনক। মৃতকৰ পৰিয়াললৈ এককালীন সাহায্য ঘোষণা ছত্তিশগড়ৰ মুখ্যমন্ত্ৰীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বাহ্যিক আড়ম্বৰবিহীন উপাসনাৰে এখন ব্যতিক্ৰমী দুৰ্গাপূজাস্থলী; ২৮২ বছৰীয়া ঐতিহ্যৰে নিৰৱে চলি আহিছে উপাসনা

দুৰ্গোৎসৱক লৈ ৰাজ্যৰ চৌদিশে এতিয়া উখল-মাখল পৰিৱেশ। আটকধুনীয়া পূজামণ্ডপ,...

মুকলি আকাশৰ তললৈ অমৃতপ্ৰভা মহন্ত; হাফলং উপ-কাৰাগাৰৰ পৰা পুৱা ৬:৩০ বজাত মুক্তি

অৱশেষত কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাল অমৃতপ্ৰভা মহন্ত।...