প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ বাবে গুৱাহাটীত বিশেষ পথ নিৰ্দেশনা

গুৱাহাটীৰ ৰাষ্ট্ৰীয় ঘাইপথত কাইলৈ বাণিজ্যিক বাহন নিষিদ্ধ
ডি জি ৰোড, এন বি ৰোড, বি বৰুৱা ৰোড, জি এছ ৰোডত নিষেধাজ্ঞা
আবেলি ৩ বজাৰ পৰা ১০ বজালৈ চলিব নোৱাৰিব বাণিজ্যিক বাহন
ধীৰ গতিৰ বাহন, ঠেলা গাড়ীও নিষিদ্ধ এই সময়ছোৱাত
বিমানবন্দৰৰ পৰা খানাপাৰালৈ চলা চিটী বাছ হ’ব নিয়ন্ত্ৰিত
ABC পইণ্টৰ পৰা বিধানসভাৰ ৰ’টাৰীলৈ ৪ বজাৰ পৰা মুকলি থাকিব এটা লে’ন
আনটো লে’নেৰে পাৰ কৰা হ’ব প্ৰধানমন্ত্ৰীৰ কনভয়
এম্বুলেন্স, অগ্নি নিৰ্বাপক বাহিনীৰ আদিৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা নাথাকিব
বৰঝাৰৰ পৰা গুৱাহাটীৰ মাজেদি খানাপাৰালৈ বাহনৰ যাতায়াত হ’ব নিয়ন্ত্ৰিত

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছৌদি আৰৱৰ বিমানবন্দৰত ভয়ংকৰ মিছাইল আক্ৰমণ, নিহত ভাৰতীয়সহ ২ জন

য়েমেনৰ হুথি বিদ্ৰোহীৰ আক্ৰমণ তীব্ৰতৰ হোৱাৰ মাজতে ছৌদি আৰৱৰ...

ট্ৰাম্পৰ অদ্ভুত প্ৰস্তাৱ গুগললৈ, গুগল মেপত আটলাণ্টিক মহাসাগৰৰ নাম সলনি কৰি ‘ট্ৰাম্প অ’চেন’ ৰখাৰ পৰিকল্পনা

মানচিত্ৰত নিজৰ নাম জিলিকোৱাৰ পৰিকল্পনা! আটলাণ্টিক মহাসাগৰৰ নাম সলনি...

পুৰণি শত্ৰুতাৰ ভয়ংকৰ পৰিণতি; যুৱকক গাড়ীৰ খিৰিকীত হাত আবদ্ধ কৰি চলালে গাড়ী, কানপুৰত যুৱকৰ কৰুণ মৃত্যু

উত্তৰ প্ৰদেশৰ কানপুৰৰ হনুমন্ত বিহাৰ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলত...