শোণিতপুৰৰ জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাস ক’ভিড পজিটিভ

শোণিতপুৰৰ জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাস ক’ভিড পজিটিভ। কভিড পজিটিভ উপায়ুক্তগৰাকীৰ পত্নীও। গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণৰ পিছতে উপায়ুক্তগৰাকী আক্ৰান্ত হ’ল ক’ভিডত। তেজপুৰৰ নেহৰু ময়দানত অনুষ্ঠিত এই কাৰ্যসূচীৰ মুখ্য অতিথি আছিল শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু। জিলা আৰক্ষী অধীক্ষক ডাঃ ধনঞ্জয় ঘনাৱতো উপস্থিত আছিল অনুষ্ঠানত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...