বিশিষ্ট সাংবাদিক, সাহিত্যিক মনোজ কুমাৰ গোস্বামীলৈ দয়াল কৃষ্ণ বৰা স্মাৰক বঁটা

বিশিষ্ট সাংবাদিক, সাহিত্যিক মনোজ কুমাৰ গোস্বামীলৈ দয়াল কৃষ্ণ বৰা স্মাৰক বঁটা। ১ জুলাইত মৰিগাঁৱত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হ’ব এই বঁটা। বঁটা প্ৰদান কৰিব উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে। স্বেচ্ছাসেৱী সংগঠন সহায়, অসমৰ তৰফৰ পৰা আগবঢ়োৱা হ’ব এই বঁটা।

সমাজ জীৱনলৈ বৰঙণি আগবঢ়োৱাসকলক সহায়, অসমে প্ৰদান কৰি আহিছে এই বঁটা। ইয়াৰ পূৰ্বে কনকসেন ডেকা, ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীকো প্ৰদান কৰা হৈছিল এই বঁটা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...