প্ৰাকৃতিক পৰিৱেশেৰে চহকী মেচুকাত এতিয়া বৰফৰ আচ্ছাদন

চালেই চাই থাকিবলৈ মন যোৱা এক দৃশ্য। যেন এখন শুভ্ৰতাৰ দলিচা।

যেন কোনোবা চিত্ৰকৰৰ হাতত প্ৰাণ পাই উঠা এখন ছবি।

অৰুণাচলৰ মেচুকালৈ কেতিয়াবা গৈছেনে? শীতকালত মেচুকাই ধাৰন কৰে এক অনন্য ৰূপ ৷ প্ৰাকৃতিক পৰিৱেশেৰে চহকী মেচুকাত এতিয়া বৰফৰ আচ্ছাদন।

তুষাৰপাতে অনন্য ৰূপ দিছে অৰুণাচলৰ মেচুকাক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...