শিৱসাগৰৰ অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগক বি আৰ আম্বেদকাৰ আদৰ্শ সন্মান

শিৱসাগৰত ভাৰত ৰত্ন, সংবিধান প্ৰণেতা ড০ ভীমৰাও আম্বেদকাৰ “আদৰ্শ সন্মান”২০২২ বৰ্ষৰ বিশেষ সন্মান প্ৰদান অনুষ্ঠান সম্পন্ন। সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত সংবিধানৰ প্ৰণেতাগৰাকীৰ মহাপ্ৰয়াণৰ দিনটোৰ লগত সংগতি ৰাখি এই বিশেষ সন্মান প্ৰদান কৰা হয়।

শিৱসাগৰৰ স্বেচ্ছাসেৱী অনুষ্ঠান ‘ঐক্য’ৰ কাৰ্যালয়ত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম চৰকাৰৰ কৰ্মশ্ৰী বঁটা প্ৰাপক শিৱসাগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগক ভাৰতৰত্ন ড০ ভীমৰাও আম্বেদকাৰ “আদৰ্শ সন্মান”২০২২ বৰ্ষৰ সন্মান প্ৰদান কৰা হয়।

উক্ত বঁটা প্ৰদান অনুষ্ঠানত সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰন সম্পাদ পৰশজ্যোতি দাস আৰু শিৱসাগৰ জিলা সমিতিৰ বিষয়ববীয়াৰ লগতে শিৱসাগৰৰ কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...