বৰাকৰ সৈতে গুৱাহাটীৰ যোগাযোগ বিচ্ছিন্ন! বিকল্প পথ কি?

আজিৰে পৰা ৩ দিনৰ বাবে সম্পূৰ্ণৰূপে বন্ধ থাকিব শিলচৰ-জোৱাই ৰোড। শিলচৰ গুৱাহাটী ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেঘালয়ৰ সোণাপুৰ দলং মেৰামতিৰ বাবে ১৫ মার্চলৈকে এই দলংখনেদি সকলো ধৰণৰ বান চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে কৰিছে ইষ্ট জয়ন্তীয়া হিল্চ জিলা প্রশাসনে। ইয়াৰ পূৰ্বে দুবাৰকৈ এনে নিষেধাজ্ঞা আছিল যদিও সৰু সৰু যান-বাহন চলাচলৰ অনুমতি দিছিল। কিন্তু এইবাৰ সম্পূর্ণৰূপে ৩ দিনৰ ভাবে বন্ধ কৰি দিয়া হ’ল শিলচৰ-জোৱাই ৰোড৷ ইয়াৰ বাবে ৰাজধানী গুৱাহাটীসহ দেশৰ আন আন ঠাইৰ সৈতে ৰাজপথেৰে যোগাযোগ বিচ্ছিন্ন হৈ পৰিল বৰাকৰ৷ এতিয়া গুৱাহাটীৰ পৰা শিলচৰলৈ কেৱল হাফলং হৈহে যাব পাৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...