শৃংখল চলিহাৰ বিৰুদ্ধে অসমীয়া-বঙালীৰ মাজত বিভেদ সৃষ্টি কৰাৰ অভিযোগ

শিৱসাগৰত বঙালী ব্যৱসায়ীক ধমক দিয়াৰ বাবে লাচিত সেনাৰ শৃংখল চলিহাৰ বিৰুদ্ধে শিলচৰ সদৰ থানাত গোচৰ ৰুজু কৰিলে বৰাক ডেমোক্ৰেটিক য়ুথ ফ্ৰন্ট নামৰ এটা বঙালী ছাত্ৰ সংগঠনে। সংগঠনটোৰ মুখ্য আহ্বায়ক কল্পাৰ্ণৱ গুপ্তই গোচৰ ৰুজু কৰি সংবাদ মাধ্যমৰ আগত কয় যে, শৃংখল চলিহাৰ এনে কাৰ্য কেতিয়াও গ্ৰহণযোগ্য নহয়। অসমত বসবাস কৰা অসংখ্য বঙালী আৰু অসমীয়াবাসীৰ দীৰ্ঘদিনৰ সু-সম্পৰ্কক নষ্ট কৰি বিভেদ সৃষ্টি কৰাৰ উদ্দেশ্যেৰে ইচ্ছাকৃত বাবে এনে কাৰ্য সংঘটিত কৰিছে লাচিত সেনাৰ শৃংখল চলিহাই। লগতে তেওঁ আৰু কয় যে, লাচিত বৰফুকনৰ দৰে এজন বীৰৰ নাম লৈ লাচিত সেনা নামৰ সংগঠনটোৱে সমাজত বিষবাষ্প বিয়পোৱাইছে।

শিৱসাগৰত শৃংখল চলিহাই কি কৰিছিল, চাও আহক –

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...

ডিব্ৰুগড়ৰ পৰা বাংলাদেশলৈ পুনৰ আৰম্ভ হ’ল আন্তঃৰাষ্ট্ৰীয় জলপথেৰে বাণিজ্য

স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে বগীবিলৰ পৰা বাংলাদেশলৈ ৰপ্তানি হ’ব...