শ্ৰীভূমি জিলাৰ আনিপুৰ অঞ্চলত মন্দিৰত দুৰ্বৃত্তৰ আক্ৰমণ

শ্ৰীভূমি জিলাৰ আনিপুৰ অঞ্চলত মন্দিৰত দুৰ্বৃত্তৰ আক্ৰমণ। ৰাতাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত নাথবস্তি শনি মন্দিৰত নিশা দুৰ্বৃত্তই চলালে তাণ্ডব। মন্দিৰৰ বিগ্ৰহ ভাঙি ১০০ মিটাৰ দূৰত থকা জংঘলত পেলাই দিয়ে। নগদ ধনসহ সোনৰ অলংকাৰ লুটি নিলে দুৰ্বৃত্তৰ দলে। মন্দিৰত সংঘটিত আক্ৰমণৰ ঘটনাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। দুষ্কৃতিকাৰীয়ে শান্তি-সম্প্ৰীতি বিনষ্ট কৰাৰ পৰিকল্পনা কৰা বুলি সন্দেহ স্থানীয় ৰাইজৰ। ঘটনাস্থলীত ৰাতাবাৰী আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। শীঘ্ৰে দুষ্কৃতিকাৰীক আটক কৰাৰ দাবী ৰাইজৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...