মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তত চাঞ্চল্যকৰ ঘটনা

মৰিয়নিৰ অসম-নগালেণ্ড সীমান্তত উত্তেজনা। নিশা চাৰি অসমীয়াক অপহৰণ কৰিলে নগা দুৰ্বৃত্তৰ দলে। মৰিয়নিৰ চেলেংহাট ৰণখাম ৰজাবাৰী ৪নং লাইনত সংঘটিত হৈছে এই ঘটনা। অস্ত্ৰধাৰী নগা দুৰ্বৃত্তৰ দলে অপহৰণ কৰে লোককেইজনক। অপহৃত লোককেইজন ক্ৰমে বিক্ৰম প্ৰধান, জয়দীপ পাতৰ তাঁতী, আকাশ পাতৰ তাঁতী আৰু সঞ্জিত পাতৰ তাঁতী বুলি জানিব পৰা গৈছে। অসমৰ ভূমিত নগাৰ আগ্ৰাসনত বাধা দিয়াৰ বাবেই অপহৰণ। নগাৰ বেদখলকৃত ভূমিত থকা জেওৰা উঠাই দিছিল লোককেইজনে। ঘটনাক কেন্দ্ৰ কৰি সীমান্তত তীব্ৰ উত্তেজনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...