মহানগৰীত পুনৰ উদ্ধাৰ এটা মৃতদেহ। মালিগাঁৱৰ চাটেল গেটত ৰে’ল লাইনৰ সমীপত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ পুৰুষৰ মৃতদেহটো। লোকজনক হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় লোকৰ। বৰ্তমানেও উদ্ধাৰ হোৱা নাইউ মৃত লোকজনৰ পৰিচয়। ঘটনাস্থলীত উপস্থিত ৰে’ল আৰক্ষী, জালুকবাৰী আৰক্ষীৰ দল।
