ৰাজ্যত মৰেল পুলিচিঙৰ ভয়াৱহ ঘটনা

ৰাজ্যত মৰেল পুলিচিঙৰ ভয়াৱহ ঘটনা। লাহোৱালত দলবদ্ধ আক্ৰমণত প্ৰাণ গ’ল এজন যুৱকৰ। জ্বলাই দিয়া হ’ল লোকজনৰ স্কুটীখনো। লাহোৱালৰ বকুল চাহ বাগিচাৰ হাতীগড়ৰ বকপৰাত এই ঘটনা। ছাগলী চুৰিৰ অভিযোগত ২ যুৱকক আটক কৰিছিল একাংশই। দলবদ্ধ আক্ৰমণত প্ৰাণ গ’ল এজনৰ। আনজন বৈৰাগী মঠৰ জ্যোতিৰ্ময় হাজৰিকা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘অনশন’ অথবা ‘পদযাত্ৰা’ৰ হুংকাৰ; দিল্লীত আটক নেতাসকলৰ মুক্তিৰ দাবীত সৰৱ সোনম ৱাংচুক

লাডাখৰ সমাজকৰ্মী সোনম ৱাংচুকে আজি দিল্লীত আটক কৰা নেতাসকলক...

ৰতন লহকৰৰ সপোনৰ কহিনুৰৰ যৱনিকা; কান্দি কান্দি কহিনুৰ বন্ধৰ ঘোষণা তপন লহকৰৰ

অসমৰ ভ্ৰাম্যমান নাট্যজগতলৈ আহিল এক দুঃখবৰ। ১৯৭৬ চনত ৰতন...

ISLৰ নতুন ছিজনৰ বাবে সাজু নৰ্থইষ্ট ইউনাইটেড

আজিৰে পৰা আৰম্ভ হৈছে ভাৰতীয় ফুটবলৰ অন্যতম শীৰ্ষ প্ৰতিযোগিতা...